সোণাৰিৰ জিলা চিকিৎসালয়ত নৱজাতকক লৈ কিয় লাগিল টনা আজোৰানি
চৰাইদেউ জিলা চিকিৎসালয়ত এটি নৱজাতক লৈ টনা আজোৰা । নৱজাতকটিৰ মাতৃৰ অজ্ঞাতে নৱজাতকটিক কাঢ়ি নিয়াৰ চেষ্টা । নিশা চিকিৎসক, নাৰ্চে আই চি ইউত ভৰাই নৱজাতকটিক ৰক্ষা কৰে। ঘটনাস্থলীত আৰক্ষী উপস্থিত।