বিহালী সমষ্টিৰ অন্তৰ্গত বাঘমাৰীৰ উদীয়মান সমাজপ্ৰেমী যুৱক, যুৱ ব্যৱসায়ী নাজিৰ আহমেদে যোৱা নিশা ৯ মান বজাত উচ্চ ৰক্তচাপ জনিত ৰোগত আক্ৰান্ত হৈ আকস্মিক ভাৱে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানতে মৃত্যুক আকোঁৱালি লয় । সততে সমাজৰ কাম কৰি ভাল পোৱা যুৱকজনৰ বিয়োগত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বিশ্বনাথ জিলা সমিতি, বাঘমাৰী আঞ্চলিক সমিতিকে ধৰি বিভিন্ন জনে গভীৰ শোক প্ৰকাশ কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
भुज-शालीमार एक्सप्रेस परिवर्तित मार्ग से चलेगी sms news update
पश्चिम मध्य रेलवे के जबलपुर मंडल के न्यू कटनी जंक्शन स्टेशन पर दोहरीकरण के संबंध में नॉन...
મશહૂર ગાયિકા અભિનેત્રી સલમા આગા એ સાંસદ શ્રી ડોક્ટર કીરીટભાઇ સોલંકીના નિવાસસ્થાને શુભેચ્છા મુલાકાત લીધી.
મશહૂર ગાયિકા અભિનેત્રી સલમા આગા એ સાંસદ શ્રી ડોક્ટર કીરીટભાઇ સોલંકીના નિવાસસ્થાને શુભેચ્છા...
শ্ৰীৰাম মন্দিৰ প্ৰান প্ৰতিষ্ঠা অহাকালি।ৰহাতো ব্যাপক প্ৰস্তুতি।ৰহা কৃষ্টি বিকাশ কেন্দ্ৰই চলালে স্বচ্ছতা অভিযান ।
শ্ৰীৰাম জন্মভূমী অযোধ্যাত অহাকালি হব শ্ৰীৰাম মন্দিৰ প্ৰান প্ৰতিষ্ঠা।ইয়াক লৈ সমস্ত ৰাজ্যৰ লগতে...
પાટણ તાલુકા પંચાયત. ૧૫મા નાંણાપંચ ની ગ્રાન્ટ ના આયોજન માટે સામાન્ય સભા
પાટણ તાલુકા પંચાયત. ૧૫મા નાંણાપંચ ની ગ્રાન્ટ ના આયોજન માટે સામાન્ય સભા
પાટણ તાલુકા...