ধেমাজি জিলাৰ প্ৰতিটো উন্নয়নখণ্ড আৰু প্ৰতিখন পঞ্চায়তত অবাধ দুৰ্নীতিৰ অভিযোগ বিভিন্নজনৰ ৷ দল _ সংগঠন তথা ৰাইজৰ সবল প্ৰতিবাদে তিলমাত্ৰও স্পৰ্শ কৰিব পৰা নাই বিষয়া _ কৰ্মচাৰী আৰু নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিক ৷ অব্যাহত আছে প্ৰৱলৰুপত দুৰ্নীতিৰ ৷ বিয়োগোম দুৰ্নীতিৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত কালি ধেমাজি মহকুমা ছাত্ৰ সন্হাই ধেমাজি সদৰত ৰুপায়ণ কৰে " অৱস্হান ধৰ্মঘট " কাৰ্যসূচী ৷ প্ৰায় দুই শতাধিক প্ৰতিবাদীৰ শ্লগানত উত্তাল হৈ পৰিল "অৱস্হান ধৰ্মঘটস্হলী " ৷ ধেমাজি জিলা ছাত্ৰ সন্হাৰ সভাপতি দীপক শৰ্মা , সম্পাদক কল্যাণ গগৈ , উপসভাপতি ৰবি কছাৰী , ধেমাজি মহকুমা ছাত্ৰ সন্হাৰ সভাপতি অৰবিন্দ গগৈ , সম্পাদক অনিৰ্বাণ শইকীয়াৰ নেতৃত্বত এই সবল প্ৰতিবাদৰ পিছত চৰকাৰে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়ত লক্ষ্যণীয় হ'ব ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Parliament Monsoon Session 2023 Live: लोकसभा स्पीकर को मनाने में जुटी कांग्रेस, राज्यसभा में 'PM के बचाव' पर भड़के धनखड़
नई दिल्ली, संसद के मानसून सत्र की शुरुआत से मणिपुर मुद्दे पर विपक्ष सरकार को घेरने में जुटा है।...
વ્યાજખોરી સામે ગુજરાત પોલીસ લાલ આંખ, બાલાસિનોર માં યોજાયો "લોક દરબાર"
સંવાદદાંતા 👉પરમાર રણજીતસિંહ
આજરોજ બાલાસિનોર પોલીસ સ્ટેશન ખાતે લોકદરબારનુ આયોજન કરવામાં આવ્યું...
Fukrey 3 Movie Review: दिल लगाइएगा, दिमाग नहीं- फुकरे 3 का रिव्यू
Fukrey 3 Movie Review: दिल लगाइएगा, दिमाग नहीं- फुकरे 3 का रिव्यू
ગાંધીધામમાં શરદપૂનમની ધામધૂમથી ઉજવણી
ત્રણ વર્ષના વિરામ બાદ હાલે navratri નો પર્વ ધૂમધામ થી ઉજવવા બાત 9 તારીખે શરદ પૂનમનું પણ...