ধেমাজি জিলাৰ প্ৰতিটো উন্নয়নখণ্ড আৰু প্ৰতিখন পঞ্চায়তত অবাধ দুৰ্নীতিৰ অভিযোগ বিভিন্নজনৰ ৷ দল _ সংগঠন তথা ৰাইজৰ সবল প্ৰতিবাদে তিলমাত্ৰও স্পৰ্শ কৰিব পৰা নাই বিষয়া _ কৰ্মচাৰী আৰু নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিক ৷ অব্যাহত আছে প্ৰৱলৰুপত দুৰ্নীতিৰ ৷ বিয়োগোম দুৰ্নীতিৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত কালি ধেমাজি মহকুমা ছাত্ৰ সন্হাই ধেমাজি সদৰত ৰুপায়ণ কৰে " অৱস্হান ধৰ্মঘট " কাৰ্যসূচী ৷ প্ৰায় দুই শতাধিক প্ৰতিবাদীৰ শ্লগানত উত্তাল হৈ পৰিল "অৱস্হান ধৰ্মঘটস্হলী " ৷ ধেমাজি জিলা ছাত্ৰ সন্হাৰ সভাপতি দীপক শৰ্মা , সম্পাদক কল্যাণ গগৈ , উপসভাপতি ৰবি কছাৰী , ধেমাজি মহকুমা ছাত্ৰ সন্হাৰ সভাপতি অৰবিন্দ গগৈ , সম্পাদক অনিৰ্বাণ শইকীয়াৰ নেতৃত্বত এই সবল প্ৰতিবাদৰ পিছত চৰকাৰে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়ত লক্ষ্যণীয় হ'ব ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
BSF ના જવાનો ની જમ્મુ થી ભુજ સુધી 2212 કિમી યાત્રા
BSF ના જવાનો ની જમ્મુ થી ભુજ સુધી 2212 કિમી યાત્રા
રાષ્ટ્રીય સંયોજક અરવિંદ કેજરીવાલજી અને દિલ્હીના ઉપમુખ્યમંત્રી મનીષ સિસોદિયાજી ગુજરાત પ્રવાસે આવશે
22 ઓગસ્ટના રોજ અરવિંદ કેજરીવાલજી તથા મનીષ સિસોદિયાજી અમદાવાદમાં એક પ્રેસ વાર્તામાં હાજરી...
Amit Shah और JP Nadda ने Vasundhara Raje समेत BJP नेताओं के साथ Jaipur में किया मंथन | Hot Topic
Amit Shah और JP Nadda ने Vasundhara Raje समेत BJP नेताओं के साथ Jaipur में किया मंथन | Hot Topic
સુરત નજીક નુ આ ગામ ઓળખાય છે ગુજરાત ના પેરિસ તરીકે ! સુવીધા જાણી શહેર ભુલી જશો…જાણો ક્યા આવેલું છે
ગુજરાત વિકાસમાં હરણફાળ દોડ મૂકી રહ્યું છે, ત્યારે અહીંયાનાં અનેક શહેરો અને ગામો પણ એવા છે કે જેની...