টিংখাঙত মন্ত্ৰী বিমল বৰাৰ উদ্যোগত চাহ জনগোষ্ঠী মৰ্চা আৰু ভাৰতীয় জনতা যুৱ মৰ্চাৰ সহযোগত সমষ্টিটোৰ চাৰিটা স্থানত অনুষ্ঠিত কৰা হৈছে ঝুমইৰ গীত-নৃত্য আৰু ঢোল বাদনৰ কৰ্মশালা। টিংখাঙৰ কৰঙাণী চাহ বাগিচাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত প্ৰশিক্ষণ শিৱিৰৰ উদ্বোধন কৰে মন্ত্ৰী বিমল বৰাই । কৰ্মশালাত উপস্থিত থাকে জনপ্ৰিয় শিল্পী পদ্মশ্ৰী বঁটা প্ৰাপক দুলাল মানকি । এই কৰ্মশালাত অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰিব। কৰ্মশালাৰ জৰিয়তে চাহ জনগোষ্ঠী লোক তথা উঠি অহা প্ৰজন্মক যথেষ্ট পৰিমাণে উৎসাহিত কৰিব বুলি মন্তব্য কৰে মন্ত্ৰী বিমল বৰাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અમદાવાદના રિવરફ્રન્ટ ઉપર વડાપ્રધાન શ્રી નરેન્દ્રભાઈ મોદીની પ્રેરક ઉપસ્થિતિમાં ગુજરાત રાજ્યના 7500 ચરખા કારીગરો દ્વારા કાંતણ કામ થશે
વઢવાણ :ખાદી કમિશન મુંબઈ અમદાવાદ તથા કુટીર અને ગ્રામ ઉદ્યોગ વિભાગ ગાંધીનગર દ્વારા ખાદી ઉત્સવ ની...
शिक्षक दिवस पर एनएसयूआई द्वारा गुरु वंदन कार्यक्रम हुआ
बूंदी 5 सितंबर।शिक्षक दिवस पर गुरुवार को राजकीय महाविद्यालय में एनएसयूआई की ओर से गुरुवंदन...
‘লভিতা’ৰ নতুন নামকৰণ প্ৰতাৰণামূলক চাতুৰী": সাংস্কৃতিক সাংবাদিক সন্থা সভাপতি বিতোপন বৰবৰা মন্তব্য
‘লভিতা’ৰ নতুন নামকৰণ প্ৰতাৰণামূলক চাতুৰী": সাংস্কৃতিক সাংবাদিক সন্থা সভাপতি বিতোপন...
मुंबई-गोवा महामार्गासाठी सर्व कोकणकर एकत्र; जनआक्रोश आंदोलनासंदर्भात रणनीतीसाठी मान्यवरांच्या भेटीगाठी सुरू
गेली अनेक वर्षे रखडलेला मुंबई - गोवा महामार्ग व असलेल्या रस्त्यावर पडलेले खड्यांबाबत सर्वसामान्य...
ছিপাঝাৰৰ বৰনদীৰ মথাউৰীৰ জৰাজীৰ্ণ ৰূপ। কাণসাৰ নাই বিভাগৰ
ছিপাঝাৰৰ দুমুনিচকী বৰনদী মথাউৰী জৰাজীৰ্ণ :জলসম্পদ বিভাগৰ নাই গুৰুত্ব।
ঘণ অৰণ্যত পৰিণত হৈছে বৰনদী...