কাজিৰঙাৰ "হুকুমা বিল" আৰু "কাজিৰঙা বিল" খননক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কাজিৰঙাত।উল্লেখ্যে যে NAFCC পূজিৰ জৰিয়তে বিল দুখন উন্নয়ন আৰু সংৰক্ষণৰ বাবে আছে প্ৰায় ৫ কোটি টকা। ২০১৬ চনতে ধাৰ্য কৰা হৈছে এই ধন।কিন্তু ৰাইজৰ বিৰোধীতাৰ বাবে ধন খৰচ কৰি বিলদুখন খনন কৰিব পৰা হোৱা নাই। শেহতীয়াকৈ কাজিৰঙা-হুকুমা বিল সংৰক্ষণ আৰু উন্নয়ন সমিতি গঠন কৰি বন বিভাগৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত বিল দুখন খনন কৰাৰ প্ৰস্তাৰ গ্ৰহণ কৰিছে যদিও হুকুমা আৰু কাজিৰঙা বিলৰ দাতিকাষৰীয়া কেইবাখনো গাওঁৰ ৰাইজে বিল দুখন খননৰ বিৰোধীতা কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Botad||પાળીયાદ-સાયલા ચોકડી પાસે અકસ્માત સર્જાતા બાઈક ચાલકનું મોત નીપજ્યું, પરિવારમાં અરેરાટી #news
Botad||પાળીયાદ-સાયલા ચોકડી પાસે અકસ્માત સર્જાતા બાઈક ચાલકનું મોત નીપજ્યું, પરિવારમાં અરેરાટી #news
વડોદરા: નંદેસરીમાં આવેલા રૂપાપુરાની પ્રાથમિક શાળાના ઓરડા ખખડધજ્જ હાલતમાં| Vadodara School ViralVideo
વડોદરા: નંદેસરીમાં આવેલા રૂપાપુરાની પ્રાથમિક શાળાના ઓરડા ખખડધજ્જ હાલતમાં| Vadodara School ViralVideo
Grampanchayat Election Results 2022 | देवेंद्र फडणवीस, एकनाथ शिंदे, ठाकरे... कोण कोणावर भारी पडलं?
Grampanchayat Election Results 2022 | देवेंद्र फडणवीस, एकनाथ शिंदे, ठाकरे... कोण कोणावर भारी पडलं?
Namaz : सपा नेता Abu Azmi क्यों बोले 'इजराइल करें तो युद्ध और हमास करें तो आतंक यह कैसा इंसाफ?'
Namaz : सपा नेता Abu Azmi क्यों बोले 'इजराइल करें तो युद्ध और हमास करें तो आतंक यह कैसा इंसाफ?'
শিৱসাগৰত "গ্ৰীফন চেলেঞ্জ ট্ৰফী" দ্বিতীয় সদৌ অসম আমন্ত্ৰণমূলক প্ৰাইজমানি মহিলা ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ
শিৱসাগৰঃ শিৱসাগৰত সদৌ অসম আমন্ত্ৰণমূলক প্ৰাইজমানি মহিলা ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ ৷...