আধ্যাশ্ৰী লৈ "INDIAN ICON NATIONAL AWARD-2022"ঃ  ধেমাজি জিলাৰ চিলাপথাৰৰ ফুলবাৰীপথাৰৰ পৰা গৈ মায়া নগৰী মুম্বাইত Zee Tv ৰ DID Little Master Session 5 ত  দ্বিতীয় ৰানাৰ্চ আপ পাৱলৈ সক্ষম হোৱা কণমানি আধ্যাশ্ৰী উপাধ্যায়ক ৰাষ্ট্ৰীয় মহিলা সুৰক্ষা সংগঠন ফাউণ্ডেচন, উত্তৰ প্ৰদেশ শাখাৰ পৰা Best Dancer হিচাপে অহা 20 ছেপ্টেম্বৰত গুৱাহাটী প্ৰেছ ক্লাৱত ''INDIAN ICON NATIONAL AWARD-2022" প্ৰদান কৰিব ।  আধ্যাশ্ৰী এই বঁটাৰ বাবে মনোনীত হোৱাৰ খৱৰে এতিয়া গৃহভূমি চিলাপথাৰত এক আনন্দৰ জোৱাৰ উঠিছে ।