আধ্যাশ্ৰী লৈ "INDIAN ICON NATIONAL AWARD-2022"ঃ ধেমাজি জিলাৰ চিলাপথাৰৰ ফুলবাৰীপথাৰৰ পৰা গৈ মায়া নগৰী মুম্বাইত Zee Tv ৰ DID Little Master Session 5 ত দ্বিতীয় ৰানাৰ্চ আপ পাৱলৈ সক্ষম হোৱা কণমানি আধ্যাশ্ৰী উপাধ্যায়ক ৰাষ্ট্ৰীয় মহিলা সুৰক্ষা সংগঠন ফাউণ্ডেচন, উত্তৰ প্ৰদেশ শাখাৰ পৰা Best Dancer হিচাপে অহা 20 ছেপ্টেম্বৰত গুৱাহাটী প্ৰেছ ক্লাৱত ''INDIAN ICON NATIONAL AWARD-2022" প্ৰদান কৰিব । আধ্যাশ্ৰী এই বঁটাৰ বাবে মনোনীত হোৱাৰ খৱৰে এতিয়া গৃহভূমি চিলাপথাৰত এক আনন্দৰ জোৱাৰ উঠিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
हिंदुओ का फूटा आक्रोश बांग्लादेशी हिंदुओं की सुरक्षा की मांग
सर्व हिंदू समाज का फूटा आक्रोश, बांग्लादेशी हिंदुओं की सुरक्षा की मांग
नैनवां।सर्व हिंदू समाज ने...
Indrani Tahbildar Case Update | ইন্দ্ৰাণীৰ আত্মহত্যাৰ ঘটনাত পুনৰ এজন BJP নেতাক জেৰা মহানগৰ আৰক্ষীৰ
Indrani Tahbildar Case Update | ইন্দ্ৰাণীৰ আত্মহত্যাৰ ঘটনাত পুনৰ এজন BJP নেতাক জেৰা মহানগৰ আৰক্ষীৰ
ಗ್ರೀಸ್ ದೇಶದಲ್ಲಿ ಕಾಡ್ಗಿಚ್ಚು ನಂದಿಸಲು ಹೋದ ವಿಮಾನ ಬೆಂಕಿಗಾಹುತಿ ಆಗಿದೆ.
ಗ್ರೀಸ್ ದೇಶದಲ್ಲಿ ಕಾಡ್ಗಿಚ್ಚು ನಂದಿಸಲು ಹೋದ ವಿಮಾನ ಬೆಂಕಿಗಾಹುತಿ ಆಗಿದೆ.
पानी, बिजली, चिकित्सा सुविधाओं की समीक्षा बैठक सम्पन्न’
पानी, बिजली एवं मौसमी बीमारियों संबंधी साप्ताहिक समीक्षा बैठक सोमवार को जिला कलक्टर अक्षय गोदारा...
*ಉನ್ನತ ಶಿಕ್ಷಣದಲ್ಲಿ ಉದ್ಯೋಗಾಧಾರಿತ ಪಠ್ಯಕ್ರಮ ಅಳವಡಿಕೆ: ಉನ್ನತ ಶಿಕ್ಷಣ ಸಚಿವ ಡಾ.ಎಂ.ಸಿ ಸುಧಾಕರ್*
*- ಬಸವನಗುಡಿ ನ್ಯಾಷನಲ್ ಕಾಲೇಜಿನ 9ನೇ ಘಟಿಕೋತ್ಸವದಲ್ಲಿ ಭಾಗಿ*
*- ತಮ್ಮ ವಿದ್ಯಾರ್ಥಿ ದಿನಗಳ ಮೆಲಕು*...