বৌদ্ধিক,সামাজিক তথা সাংস্কৃতিক ক্ষেত্ৰখনিত মধ্যমণি ৰূপে সৰ্বজন স্বীকৃত সদ্য প্ৰয়াত সুবক্তা,নিপুন অভিনেতা,দক্ষ নাট পৰিচালক,অৱসৰীঅধ্যাপক,সমালোচক,মঞ্চপ্ৰবৰ প্ৰয়াত ভবেন বৰাৰ জীৱণ আৰু কৰ্মক নৱপ্ৰজন্মৰ আগত দাঙি ধৰাৰ প্ৰয়াসৰে এই বক্তৃতানুষ্ঠান।#বিধায়ক পদ্ম হাজৰিকাই ৰোমন্থন কৰে প্ৰয়াত ভবেন বৰাৰ সৈতে কটোৱা বহু সময় আৰু স্মৃতি।#আলোচক হিচাপে উপস্থিত আছিল দৰং মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক পূৰ্ণেশ্বৰ নাথ আৰু কাৰ্বি আংলং দেইথৰৰ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক তথা জামুগুৰিহাটৰ ধলাইবিলৰ যুৱ বক্তা প্ৰিয়াংকু হাজৰিকাই বক্তৃতা প্ৰদান কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कपाशीच्या शेतात गांजाची झाडे !
शिऊर पोलीसांची कारवाई.
शिऊर पोलिसांची कारवाई
वैजापूर
___________________________________
...
ধেমাজিৰ বিষ্ণুপুৰত ৪২ ৰ শ্বহীদৰ স্মৃতি দিৱস ; চিলাপথাৰত প্ৰীতি ফুটবল খেলঃ
অসমৰ বিভিন্ন জিলাৰ লগতে ধেমাজি জিলাৰ বিষ্ণুপুৰ নাথ গাঁও বৰ নামঘৰ প্ৰাংগণত অসম প্ৰাদেশিক নাথ যোগী...
BGMI Tips: ये हैं Sanhok मैप में टॉप 5 लैंडिंग स्पॉट, इन्हें फॉलो करते ही आप बन जाएंगे प्रो गेमर
Docks बीजीएमआई में सैनहॉक मैप के नीचे दाईं ओर स्थित है यह लोकेशन बहुत कम इस्तेमाल में आती है।...
NEWS | રાધનપુર શહેરના મુખ્ય માર્ગો પર ખાડારાજથી વાહન ચાલકો પરેશાન | SatyaNirbhay News Channel
NEWS | રાધનપુર શહેરના મુખ્ય માર્ગો પર ખાડારાજથી વાહન ચાલકો પરેશાન | SatyaNirbhay News Channel