আবকাৰী অধীক্ষক বৰষা বৰা বৰদলৈক হাতে-লোটে গ্ৰেপ্তাৰ। মৰিগাঁৱত উৎকোচ লৈ গ্ৰেপ্তাৰ আবকাৰী অধীক্ষক গৰাকী। দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত গ্ৰেপ্তাৰ। বিষয়াগৰাকীয়ে সুৰা বিপণীৰ অনুজ্ঞাপত্ৰৰ বাবে বিচাৰিছিল ১ লাখ টকা। শুকুৰবাৰে বেলতলা অমৰ এন ক্লেভত থকা বৰষা বৰা বৰদলৈ ফ্লেটত সন্ধিয়াৰ পৰা নিশা পৰ্যন্ত চলিল দুৰ্নীতি নিবাৰক শাখাৰ তীব্ৰ অভিযান। বৰষা বৰা বৰদলৈৰ বাহনতো তালাচী চলাই দূৰ্নীতি নিৰ্বাৰক শাখাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Share Market में जानें क्या है Experts के BTST और STBT Ideas | Share Market Tomorrow | CNBC Awaaz
Share Market में जानें क्या है Experts के BTST और STBT Ideas | Share Market Tomorrow | CNBC Awaaz
Farmers Protest Updates: ट्रैक्टरों से रवाना हुए किसान, सीमाओं पर पुलिस का पहरा सख्त, रिपोर्ट देखिए
Farmers Protest Updates: ट्रैक्टरों से रवाना हुए किसान, सीमाओं पर पुलिस का पहरा सख्त, रिपोर्ट देखिए
સાવરકુંડલા પાલિકાના કર્મીઓનો હડતાલનો ચોથો દિવસ...., પાણી વિતરણ વ્યવસ્થા બંધ કરી કાઢ્યો બળાપો....
સાવરકુંડલા પાલિકાના કર્મીઓનો હડતાલનો ચોથો દિવસ...., પાણી વિતરણ વ્યવસ્થા બંધ કરી કાઢ્યો બળાપો....