নলবাৰী জিলাৰ ঐতিহ্যমণ্ডিত ঘগ্ৰাপাৰ হৰিমন্দিৰ প্ৰাংগনত এইবেলি ৬৮ সংখ্যাক শ্ৰীশ্ৰী দুৰ্গাপূজাৰ ব্যাপক আয়োজন কৰিছে৷একৰ পৰা পাচ অক্টোবৰলৈ অনুষ্ঠিত হব লগা দুৰ্গাপূজাৰ লগত সংগতি ৰাখি বিভিন্ন সাংস্কৃতিক কাৰ্য্যসূচীৰ আয়োজন কৰিছে৷উক্ত কাৰ্য্যসূচীৰ ভিতৰত এখনি আকৰ্ষনীয় সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰিছে৷সাংস্কৃতিক সন্ধিয়াত অসমৰ জনপ্ৰিয় শিল্পী কুমাৰ ভবেশে অংশগ্ৰহণ কৰিব৷পূজাৰ সকলো কাৰ্য্যসূচীতে ৰাইজৰ উপস্থিতি পৰিচালনা সমিতিয়ে কামনা কৰিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
চেপন গাঁও পঞ্চায়তত হৰ_ঘৰ_তিৰংগা কাৰ্য্যসুচীৰ ৱাৰ্ডে ৱাৰ্ডে ৱাৰ্ড সভা
চেপন গাঁও পঞ্চায়তত হৰ_ঘৰ_তিৰংগা কাৰ্য্যসুচীৰ ৱাৰ্ডে ৱাৰ্ডে ৱাৰ্ড সভা
ढेकनमोहा येथे जनावरांसाठी लसीकरण शिबिर संपन्न@india report
ढेकनमोहा येथे जनावरांसाठी लसीकरण शिबिर संपन्न@india report
MCN NEWS| गापुरात कै.विनायकरावजी पाटील यांच्या स्मृतीप्रित्यर्थ विभागीय क्रीडा महोत्सवाचे आयोजन
MCN NEWS| गापुरात कै.विनायकरावजी पाटील यांच्या स्मृतीप्रित्यर्थ विभागीय क्रीडा महोत्सवाचे आयोजन
આશાદીપ માનવ વિકાસ કેન્દ્ર દ્વારા 8 શાળાઓમાં વૃક્ષારોપણ
આશાદીપ માનવ વિકાસ કેન્દ્ર દ્વારા 8 શાળાઓમાં વૃક્ષારોપણ કરવામાં આવ્યું હતું.આંકલાવ અને બોરસદની...
બાબરા તાલુકાના બળેલપીપળીયા ગામે ખેતીવાડી વીજ કનેક્શનમાં લો-વોલ્ટેજના કારણે પીજીવીસીએલ કચેરીમાં ખેડૂતોનોહલ્લાંબોલ
ધારાસભ્ય વિરજીભાઈ ઠુંમર દ્વારા મધ્યસ્થી કરતા મામલો થાળે પડ્યો....
ધારાસભ્યની દરમિયાનગિરી અને...