আজি অসম চৰকাৰৰ শিক্ষা বিভাগৰ অধীনস্থ উচ্চতৰ মাধ্যমিক পৰ্য্যায়ৰ ৰাজ্যিক পৰ্য্যায়ৰ কৃতি শিক্ষকৰ তালিকা প্ৰকাশ কৰে৷উল্লেখ্য ৰাজ্যিক পৰ্য্যয়ৰ পুৰস্কাৰ প্ৰাপ্ত কৃতি শিক্ষক সকলক অহা শিক্ষক দিৱসত চৰকাৰৰ তৰফৰ পৰা সন্মানিত কৰা হব৷