ওদালগুৰি জিলাৰ কলাইগাওঁ কেন্দেৰীত হংখ বৰাৰ বাসগৃহ ৰ চাৰিবেৰৰ ভিতৰত বাঘৰ আতংক ই অঞ্চলটোৰ ৰাইজৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । উল্লেখযোগ্য যে, কেন্দেৰীৰ অৱসৰি শিক্ষক হংখ বৰাৰ ঘৰৰ ৰাতিপুৱা চোতালত তেজৰ চেকুৰা দেখা পাই আতংকৰ হয়।তাৰ পিছতেই পুখুৰীৰ পাৰত বাঘৰ খোজ প্ৰত্যক্ষ কৰে সন্দেহ বখত।চাৰিবেৰৰ ভিতৰত বাঘৰ খোজ বুলি সন্দেহ প্ৰকাশ কৰি পৰিয়ালৰ লোকে বন বিভাগৰ লোকক খবৰ কৰাত ওদালগুৰি জিলা বন বিষয়াৰ নিৰ্দেশত কলাইগাঁও বন সংমণ্ডল ৰ তৰফৰ পৰা বন বিষয়া উপস্থিত হয় ঘৰখনত আৰু পৰ্যবেক্ষণ কৰে সন্দেহ কৰা বাঘৰ খোজবোৰ । আনহাতে বন বিভাগৰ লোকেও সমগ্ৰ বিষয়টো সন্দেহৰ আৰ্বতত বুলি বাঘ নে অন্য জন্তু সঠিককৈ কব নোৱাৰি পৰৱৰ্তী পৰ্যায়ত সকলো গম পোৱা যাব বুলি কয়।ওদালগুৰিৰ কলাইগাঁৱৰ কেন্দেৰীত বাঘৰ আতংক ।
Join our app to earn points & get the text & video content in your preffered language
 PLease Click Here to Join Now
 Search
 Categories
 - City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
  વર્ષે પદયાત્રિકો સાથે માઇભક્તો અને સંઘોની સંખ્યામાં વધારો જોવા મળ્યો છે 
 
                      વર્ષે પદયાત્રિકો સાથે માઇભક્તો અને સંઘોની સંખ્યામાં વધારો જોવા મળ્યો છે
                  
   MCN NEWS|  वैजापूर शहरात छत्रपती शिवाजी महाराज्यांचा राज्याभिषेक दिन उत्साहात साजरा 
 
                      MCN NEWS| वैजापूर शहरात छत्रपती शिवाजी महाराज्यांचा राज्याभिषेक दिन उत्साहात साजरा
                  
   મહુવામાં 5 કરોડ 86 લાખના ખર્ચે નવનિર્મિત સરકારી કન્યા છાત્રાલયનું વડાપ્રધાનશ્રી  લોકાર્પણ કરશે. 
 
                      મહુવામાં 5 કરોડ 86 લાખના ખર્ચે નવનિર્મિત સરકારી કન્યા છાત્રાલયનું વડાપ્રધાનશ્રી લોકાર્પણ કરશે.
                  
   
  
  
   
  
   
   
  