২০০ কোটি টকা লুটৰ ঘটনা। ইতিমধ্যে মূল অপৰাধী সুকেশ চন্দ্ৰশেখৰ জেলত আছে। জেকলিন ফাৰ্ণাণ্ডেজৰ পিছতে সাঙোৰ খাইছে বলীউডৰ জনপ্ৰিয় কানাডীয়ান নৃত্যশিল্পী, অভিনেত্ৰী নোৰা ফাটেহিৰ নামো। কিছুদিন পূৰ্বে ই ডিৰ জেৰাৰ সন্মুখীন হোৱাৰ পিছত পুনৰ ৪ ঘন্টা দিল্লী আৰক্ষীৰ জেৰাৰ সন্মুখীন হ'ল নোৰা। প্ৰায় ২০০ টা প্ৰশ্নৰ উত্তৰ দিবলগা হ'ল তেঁও। উল্লেখ্য যে অপৰাধী চন্দ্ৰশেখৰৰ পৰা বি এম ডব্লিউকে ধৰি বহু উপহাৰ গ্ৰহণ কৰিছিল নোৰা ফাটেহিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
રાધનપુર: ઉતરાયણ પર્વ ને લઇને જલેબી ફાફડા ઉંધીયું ખરીદવા લોકોની લાંબી લાઈનો..
રાધનપુર ઉતરાણના પર્વને લઈને ઊંધિયું જલેબી ફાફડા ચીકી જેવી અન્ય વેરાઈટીઓ ખરીદવા માટે સાંતલપુરના...
কিশোৰী ঘৰ্ষণ কৰা অপৰাধত তিলৈজান চাহ বাগিচা ৫নং লাইন পৰা এজনক গেপ্তাৰ কৰিলে মৰাণ আৰক্ষীয়ে
কিশোৰী ঘৰ্ষণ কৰা অপৰাধত তিলৈজান চাহ বাগিচা ৫নং লাইন পৰা এজনক গেপ্তাৰ কৰিলে মৰাণ আৰক্ষীয়ে
Maharashtra Jharkhand News LIVE: CM Devendra Fadnavis CM पद की रेस में आगे | Aaj Tak Hindi
Maharashtra Jharkhand News LIVE: CM Devendra Fadnavis CM पद की रेस में आगे | Aaj Tak Hindi
Health Dept. of Jorhat received the Award of Appreciation for Covid 19 vaccination programme
A team of Health Dept. of Jorhat received the Award of Appreciation for Covid 19...
बिजली कटौती को लेकर ऑफिस के बाहर धरने पर बैठे कांग्रेसी नेता
कोटा । केशवपुरा क्षेत्र में बिजली कटौती के विरोध में कांग्रेस नेता पारस वर्मा व हिमांशु शर्मा की...