২০০ কোটি টকা লুটৰ ঘটনা। ইতিমধ্যে মূল অপৰাধী সুকেশ চন্দ্ৰশেখৰ জেলত আছে। জেকলিন ফাৰ্ণাণ্ডেজৰ পিছতে সাঙোৰ খাইছে বলীউডৰ জনপ্ৰিয় কানাডীয়ান নৃত্যশিল্পী, অভিনেত্ৰী নোৰা ফাটেহিৰ নামো। কিছুদিন পূৰ্বে ই ডিৰ জেৰাৰ সন্মুখীন হোৱাৰ পিছত পুনৰ ৪ ঘন্টা দিল্লী আৰক্ষীৰ জেৰাৰ সন্মুখীন হ'ল নোৰা। প্ৰায় ২০০ টা প্ৰশ্নৰ উত্তৰ দিবলগা হ'ল তেঁও। উল্লেখ্য যে অপৰাধী চন্দ্ৰশেখৰৰ পৰা বি এম ডব্লিউকে ধৰি বহু উপহাৰ গ্ৰহণ কৰিছিল নোৰা ফাটেহিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
शिक्षक को दी गई भावभीनी विदाई।।
शिक्षक को दी गई भावभीनी विदाई।।
जिल्ह्याच्या सर्वांगिण विकासाठी २७१ कोटीच्या आराखड्याला मंजुरी
रत्नागिरी : पक्षभेद बाजूला ठेऊन जिल्ह्याच्या सर्वांगिण विकासाठी जिल्ह्याच्या २७१ कोटीच्या प्रारुप...
ઉના : સીમાસી ગામે બાઈક પર ટ્રક ચલાવી પૂર્વ કોન્સ્ટેબલની હત્યા@live24newsgujarat
ઉના : સીમાસી ગામે બાઈક પર ટ્રક ચલાવી પૂર્વ કોન્સ્ટેબલની હત્યા@live24newsgujarat
ફતેપુરા ૧૨૯ વિધાનસભાના ભાજપા ના ઉમેદવાર દ્વારા ફતેપુરા નગરમાં જનસંપર્ક યોજાયો
ફતેપુરા ૧૨૯ વિધાનસભાના ભાજપા ના ઉમેદવાર દ્વારા ફતેપુરા નગરમાં જનસંપર્ક યોજાયો. જેમાં મોટી સંખ્યા...