নলবাৰী জিলাৰ বিশিষ্ট ব্যৱসায়ী তথা সমাজসেৱক দয়াৰাম কলিতাৰ মৃত্যুত মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই গভীৰ শোক প্ৰকাশ কৰে৷এটি শোক বাণীত সাংসদ গৰাকীয়ে দয়াৰাম কলিতাৰ মৃত্যুত মৰ্মাহত হোৱা বুলি উল্লেখ কৰি কয় যে নলবাৰীয়ে এজন প্ৰকৃত সমাজসেৱক হেৰুৱালে৷তেওঁ শোকবাৰ্তাত মৃতকৰ পৰিয়ালটোক গভীৰ সমবেদনা জ্ঞাপন কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
সোণাৰিত অৱকাৰী অভিযান
*সোণাৰিত আবকাৰী অভিযান*
*অবৈধ সুৰা, ভাতী ধ্বংস*
চৰাইদেউ জিলাৰ আবকাৰী...
પૂજ્ય મોરારી બાપૂએ રશિયા-યુક્રેન વચ્ચેનું યુદ્ધ બંધ કરાવવા વિશ્વભરના મહાનુભાવોને એક થવા આહ્વાન કર્યું
પ્રસિદ્ધ આધ્યાત્મિક ગુરૂ અને રામચરિત માનસના ઉપદેશોનો વિશ્વભરમાં પ્રસાર કરવામાં પોતાનું સમગ્ર જીવન...