সোণাৰিত যোৱা কেইবাটাও দিন ধৰি অব্যাহত থকা বানপানীৰ ফলত সমস্যাৰ সন্মুখীন হোৱা সোণাৰি পৌৰসভাৰ অন্তৰ্গত ৬নং ৱাৰ্ডৰ বানাক্ৰান্তৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰে সেনাবাহিনীয়ে। সেনাৰ ৰেড শ্বিল্ড সংমণ্ডলৰ জয়পুৰ বেটেলিয়ন (১৪ ৰাজপুত ৰেজিমেন্ট)ৰ সৈন্যই বানক্ৰান্ত সকলৰ মাজত সাহায্য প্ৰদান কৰে। বানাক্ৰান্ত লোকসকলক ৰেচন, ৰন্ধা খাদ্য আৰু ঔষধ যোগানৰ লগতে তম্বু আৰু পোহৰৰ ব্যৱস্থা কৰে সেনাৰ তৰফৰপৰা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বাকসাৰ বৰমাত ১৭টাকৈ চোৰাং গৰুসহ চাৰিজনক আটক,দুখনকৈ বাহন জব্দ।
বাক্সাত অবৈধ গৰুৰ চোৰাং ব্যৱসায়৷আৰক্ষীৰ জালত 17 টা গৰুসহ, দুখন গাড়ীসহ চাৰিজন অবৈধ গৰু...
विधायक डॉ. अरुण चौधरी ने किया करणीसर तालाब जीर्णाेद्धार कार्य का शिलान्यास।
जल संरक्षण की दिशा में सशक्त पहल
बालोतरा, 29 अक्टूबर। ग्रामीण विकास और जल संरक्षण की दिशा...
#palitana મોટી પાણીયાળી નો યુવાનો ગળાફાંસો ખાધેલી હાલતમાં મૃતદેહ મળ્યો
#palitana મોટી પાણીયાળી નો યુવાનો ગળાફાંસો ખાધેલી હાલતમાં મૃતદેહ મળ્યો
ચેક રિટર્નનો ખોટો કેસ કરનાર સામે કોર્ટની નોટિસ કાઢવા હુકમ કરાયો
સુરેન્દ્રનગરના રતનપર બાયપાસ રોડના રહીશ ગફારભાઇ રસુલભાઇ મોવરે રાજકોટ નાગરિક બેંક સુરેન્દ્રનગરમાંથી...
'दूल्हा कौन है?' विपक्षी दलों की बैठक पर बीजेपी ने कसा तंज, कांग्रेस ने दिया चुटीला जवाब
नई दिल्ली, पटना में विपक्षी दल एकजुटता दिखा रहे हैं। कांग्रेस, एनसीपी, जदयू, राजद, टीएमसी...