সোণাৰি সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ বৰহাট অঞ্চলৰ চিকিৎসা সেৱাৰ অন্যতম কেন্দ্ৰ বৰহাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্থায়ী চিকিৎসক নথকাত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। স্থায়ী চিকিৎসক নথকাত ৫২ খন ৰাজহ গাঁৱৰ জনসাধাৰণে চিকিৎসাৰ বাবে সোণাৰি নাইবা ডিব্ৰুগড়লৈ যাবলগীয়া হোৱাত অসুবিধাৰ সন্মুখীন হৈ আহিছে দীৰ্ঘদিন ধৰি। ইয়াৰ পৰিপ্ৰেক্ষিতত অতিশীঘ্ৰে এই চিকিৎসালয়খনত স্থায়ী চিকিৎসক নিযুক্তিৰ দাবী উত্থাপন কৰিছে টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Delhi: गर्मियों में दिल्लीवासियों को निर्बाध रूप से मिले पानी, सीएम केजरीवाल ने जल बोर्ड से मांगी रिपोर्ट
दिल्ली के मुख्यमंत्री अरविंद केजरीवाल ने सोमवार को दिल्ली जल बोर्ड के साथ गर्मी के मौसम की...
અમીરગઢ દહેજનું દુષણ@live24newsgujarat
અમીરગઢ દહેજનું દુષણ@live24newsgujarat
માં જગત જનની ના ગરબા માં સ્ત્રી શક્તિ ખેલૈયા ની અનોખી રમઝટ
માં જગત જનની ના ગરબા માં સ્ત્રી શક્તિ ખેલૈયા ની અનોખી રમઝટ