সোণাৰি সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ বৰহাট অঞ্চলৰ চিকিৎসা সেৱাৰ অন্যতম কেন্দ্ৰ বৰহাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্থায়ী চিকিৎসক নথকাত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। স্থায়ী চিকিৎসক নথকাত ৫২ খন ৰাজহ গাঁৱৰ জনসাধাৰণে চিকিৎসাৰ বাবে সোণাৰি নাইবা ডিব্ৰুগড়লৈ যাবলগীয়া হোৱাত অসুবিধাৰ সন্মুখীন হৈ আহিছে দীৰ্ঘদিন ধৰি। ইয়াৰ পৰিপ্ৰেক্ষিতত অতিশীঘ্ৰে এই চিকিৎসালয়খনত স্থায়ী চিকিৎসক নিযুক্তিৰ দাবী উত্থাপন কৰিছে টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પિપાજી નઞર માં ગણેશ વિસર્જન
પિપાજી નઞર ના રહીશો દ્વારા ગણેશ વિસર્જન કરવામાં આવ્યું સોસાયટી ના તમામ રહીશો દ્વારા બાપા ની આરતી...
ગારીયાધાર નવાગામ ખાતે પ્રાથમિક શાળામાં સ્થાપના દીવસ ઉજવાયો
ગારીયાધાર નવાગામ ખાતે પ્રાથમિક શાળામાં સ્થાપના દીવસ ઉજવાયો
Gadhada||ગોરડકા ગામે એક શખ્સે યુવતીની છેડતી કરતા ફરિયાદ નોંધાઈ #news #botad #botadpolice
Gadhada||ગોરડકા ગામે એક શખ્સે યુવતીની છેડતી કરતા ફરિયાદ નોંધાઈ #news #botad #botadpolice
দেশৰ ২৩ খন আইআইটিত ৪,৫০০ৰো অধিক ফেকাল্টী পদ খালী
শিক্ষা মন্ত্ৰালয়ে ৰাজ্যসভাত জনায় যে ২৩ খন ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত ৪,৫০০ৰো অধিক...
জোনাই বাজাৰাতো স্বাধীনতা দিৱস পালন
জোনাই বাজাৰাতো স্বাধীনতা দিৱস পালন