১৯৯১ চনত জন্মলাভ কৰা সদৌঅসম মহিলা কৰ্মচাৰী সন্থাৰ ৩২তম অধিবেশন খন এইবাৰ মৰানত অনুস্থিত হ'বমৰিন মহাবিদ্যালয়ৰ।প্ৰেক্ষাগৃহত অনৰূপা বড়াৰ সভাপতিত্বত এখন ৰাজহুৱা সভা অনুস্থিত কৰা হয় । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে মৰান শাখা মহিলা কৰ্মচাৰী সন্থাৰ সম্পাদিকা জ্যোতি দেউৰীয়ে। সভাত ভাষণআগবঢ়ায় সন্থাৰ প্ৰাক্তন কাৰ্য্যকৰী সভানেত্ৰী দিপালী দত্ত শইকীয়া, মৰান মহাবিদ্যালয়ৰ অধ্যক্ষা মিতালী কোৱঁৰ, মৰান শাখা মহিলা কৰ্মচাৰী সন্থাৰ সভানেত্ৰী ডঃমামনি ফুকন বৰগোহাঁই সন্থাৰ বিষয় ববীয়া আইভিলতা চুতীয়া, নিলীমা তালুকদাৰ, চিত্ৰলেখা গগৈকে আদিকৰিকেইবাগৰাকী মহিলা কম্নচাৰীয়ে।সভাই অহা।১০ আৰু ১১ ডিচেম্বৰত মৰান কণিষ্ঠ মহাবিদ্যিলয়ত উক্ত অধিবেশন খন পতাৰ সিদ্ধান্ত লয়। উক্ত সভাতে ডঃমামনি ফুকন বৰগোঁহাইক সভানেত্ৰী ।ডঃনিশি বৰগোঁইক কায্যকৰী সভানেত্ৰী। জ্যোতি দেউৰীক সম্পাদিকা। বিজু শইকীয়া আৰু উৰ্মিমালা আৰন্ধৰাক সহ-সম্পাদিকা হিচাবে লৈ ২১ জনীয়া এখন অভ্যৰ্থনা সমিতি গঠন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
देव तारी त्याला कोण मारी! कार आणि ऑटोच्या जबरदस्त धडकेत महिला नशिबाने वाचली;
देव तारी त्याला कोण मारी! कार आणि ऑटोच्या जबरदस्त धडकेत महिला नशिबाने वाचली;
Ola S1 Pro और S1 Air पर 15 अप्रैल तक मिल रहा है ये खास ऑफर, ऐसे उठाएं डील का फायदा
Ola Electric ने मार्च 2024 में अपने इलेक्ट्रिक स्कूटरों के लिए 53000 से अधिक बुकिंग दर्ज की है।...
બનાના મિલ્ક શેક સ્વાસ્થ્ય માટે હોય શકે છે ગંભીર, આ હકીકત જાણી તમે પણ બદલી લો આદત
સ્વાસ્થ્ય માટે પણ આવી જ કેટલીક બાબતો પર પ્રકાશ પાડવામાં આવ્યો છે, જે આપણા સ્વાસ્થ્ય માટે હાનિકારક...
જંબુસરમાં આવેલ વોર્ડ નંબર સાતમાં આવેલ ગ્રામ વાડી વિસ્તારના લોકો ગંદકીના કારણે હેરાન પરેશાન
જંબુસરમાં આવેલ વોર્ડ નંબર સાતમાં આવેલ ગ્રામ વાડી વિસ્તારના લોકો ગંદકીના કારણે હેરાન પરેશાન