মাজুলীৰ জেংৰাইমূখত ৫৪ সংখ্যক গাওঁৰক্ষী বাহিনী স্মৃতি দিৱস দিনযোৰা গীতা পাঠেৰে উদযাপন কৰা হয় । স্বাধীনতা সংগ্ৰামী , সমাজ সংস্কাৰক হৰিনাৰায়ণ বৰুৱাৰ ৫৪ সংখ্যক স্মৃতি দিৱস জেংৰাইমুখ থানাৰ ১৩৯ খন গাঁওৰক্ষী বাহিনীৰ সহযোগত অনুষ্ঠিত হয় ৷ এই উপলক্ষে নাম প্ৰসংগ ত নামাৰ্চয আছিল নৱজ্যোতি মহন্ত ৷ গীতা পাঠৰ শুভাৰম্ভৰ পূবে অনুষ্ঠিত আয়ম্বৰপূৰ্ণ সভাত গাঁওৰক্ষী বাহিনীৰ ৰাজ্যৰ মুখ্য উপদেষ্টা ৰঞ্জিত মজুমদাৰ , মাজুলীৰ উপদেষ্টা মনোজ বৰা , জেংৰাইমুখ থানাৰ ভাৰপ্ৰাপ্ত বিষক্ষা দীলিপ চুতিয়া কে ধৰি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে ৷ পুৱা ১০ বজাৰ পৰা বিয়লি পাঁচ বজালৈকে গীতা পাঠ চলি থকা পৰিলক্ষিত হয় ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વિધાનસભાની ચુંટણીઓને લઈને રાજ્યમાં એક પછી એક સંગઠનો પોતાની માંગ
વિધાનસભાની ચુંટણીઓને લઈને રાજ્યમાં એક પછી એક સંગઠનો પોતાની માંગ
बूंदी विधायक हरिमोहन शर्मा | Bundi mla harimohan sharma speech in rajasthan vidhansabha
केडीए को लेकर आज विधानसभा में फिर गरजें बूंदी विधायक
*बूंदी विधायक हरिमोहन शर्मा ने आज...
સુરતમાં આગ દુર્ઘટના,અમરોલીમાં રોડ પર ઉભેલા ડમ્પરમાં આગ ભભૂકી ઉઠી | SatyaNirbhay News Channel
સુરતમાં આગ દુર્ઘટના,અમરોલીમાં રોડ પર ઉભેલા ડમ્પરમાં આગ ભભૂકી ઉઠી | SatyaNirbhay News Channel
Crocodile Fight: मगरमच्छ से लड़कर अपनी बहन को बचाने वाले लड़की (BBC Hindi)
Crocodile Fight: मगरमच्छ से लड़कर अपनी बहन को बचाने वाले लड़की (BBC Hindi)
Realme Narzo 70 Turbo 5G Launched: रियलमी ने लॉन्च किया दमदार गेमिंग फोन, चेक करें दाम
Realme Narzo 70 Turbo 5G भारत में लॉन्च हो चुका है। इस फोन को कंपनी तीन कलर ऑप्शन Turbo Yellow...