নলবাৰী জিলাৰ অন্যতম ক্ৰীড়ানুষ্ঠান বৰভাগ ইউনাইটেড স্পোৰ্টচ ক্লাৱৰ উদ্যোগত আজি ৩৯ তম ক্ৰীড়া দিৱস উদযাপন কৰে৷তদুপলক্ষে বৰখালা চকত থকা ক্লাৱৰ কাৰ্য্যালয়ৰ পৰা পূৱা সাতবজাত এটি সমূহীয়া দৌৰৰ আয়োজন কৰে৷প্ৰায় তিনি শতাধিক ক্ৰীড়াসুলভ লোকৰ সমাগমৰে অনুষ্ঠিত সমূহীয়া দৌৰ উদ্বোধন কৰে ক্লাৱৰ সভাপতি ডা° অৰুণ চন্দ্ৰ শৰ্মাই৷অতিথি হিচাবে অংশগ্ৰহণ কৰে সমাজকৰ্মী ৰজত চন্দ্ৰ শৰ্মা আৰু ডা° হেমেন কুমাৰ শৰ্মাই৷দৌৰ অন্তত অংশগ্ৰহণ কাৰী সকলৰ মাজত প্ৰমাণ পত্ৰ বিতৰণ কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
૩ દિવસીય ટેકનીકલ ફેસ્ટિવલ “લક્ષ્ય-૨૦૨૩નું એલ.ડી. કોલેજ ઓફ એન્જિનિયરીંગ અમદાવાદ ખાતે આયોજન
૩ દિવસીય ટેકનીકલ ફેસ્ટિવલ “લક્ષ્ય-૨૦૨૩નું એલ.ડી. કોલેજ ઓફ એન્જિનિયરીંગ અમદાવાદ ખાતે આયોજન...
कोटा, राजस्थान !! लोकसभा अध्यक्ष का इटावा दौरा !!
कोटा, राजस्थान !! लोकसभा अध्यक्ष का इटावा दौरा हुआ जोरदार स्वागत
Breaking News: Uttar Pradesh के CM Yogi Adityanath ने लिया बड़ा फैसला | Lucknow | Kukrail News
Breaking News: Uttar Pradesh के CM Yogi Adityanath ने लिया बड़ा फैसला | Lucknow | Kukrail News