নলবাৰী জিলাৰ অন্যতম ক্ৰীড়ানুষ্ঠান বৰভাগ ইউনাইটেড স্পোৰ্টচ ক্লাৱৰ উদ্যোগত আজি ৩৯ তম ক্ৰীড়া দিৱস উদযাপন কৰে৷তদুপলক্ষে বৰখালা চকত থকা ক্লাৱৰ কাৰ্য্যালয়ৰ পৰা পূৱা সাতবজাত এটি সমূহীয়া দৌৰৰ আয়োজন কৰে৷প্ৰায় তিনি শতাধিক ক্ৰীড়াসুলভ লোকৰ সমাগমৰে অনুষ্ঠিত সমূহীয়া দৌৰ উদ্বোধন কৰে ক্লাৱৰ সভাপতি ডা° অৰুণ চন্দ্ৰ শৰ্মাই৷অতিথি হিচাবে অংশগ্ৰহণ কৰে সমাজকৰ্মী ৰজত চন্দ্ৰ শৰ্মা আৰু ডা° হেমেন কুমাৰ শৰ্মাই৷দৌৰ অন্তত অংশগ্ৰহণ কাৰী সকলৰ মাজত প্ৰমাণ পত্ৰ বিতৰণ কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
રાજુલા તાલુકાના દાતરડી ગામેથી પસાર થતો ભાવનગર સોમનાથ નેશનલ હાઈવે 10 દિવસમાં રીપર નહીં કરાય તો આંદોલન...
રાજુલા તાલુકાના દાતરડી ગામેથી પસાર થતો ભાવનગર સોમનાથ નેશનલ હાઈવે 10 દિવસમાં રીપર નહીં કરાય તો...
किडनी स्टोन के लक्षण और बचाव | Kidney Stone Early Symptoms And Prevention in Hindi
किडनी स्टोन के लक्षण और बचाव | Kidney Stone Early Symptoms And Prevention in Hindi
Redmi Note 13 Pro 5G: नए कलर वेरिएंट में आएगा 200MP कैमरा वाला रेडमी का ये धाकड़ फोन, कमाल की हैं खूबियां
Redmi Note 13 Pro 5G को अब एक नए कलर वेरिएंट में पेश किए जाने की उम्मीद है जिसे जनवरी में भारत...
'गंगाजल पर 18% GST' PM Modi Uttrakhand पहुंचे तो Congress अध्यक्ष Kharge ने घेरा, BJP ने क्या कहा?
'गंगाजल पर 18% GST' PM Modi Uttrakhand पहुंचे तो Congress अध्यक्ष Kharge ने घेरा, BJP ने क्या कहा?