লখিমপুৰ জিলাৰ বিহপুৰীয়া ৰাজহচক্ৰৰ অন্তৰ্গত অৰুনাচল সীমান্তৰ বিবদমান অঞ্চল গুমটৌ পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ ৷ লখিমপুৰ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক লগত লৈ বিবদমান অঞ্চলটোত উপস্থিত হৈ অৰুনাচল চৰকাৰৰ শিক্ষামন্ত্ৰী আৰু এগৰাকী বিধায়কৰ লগত সীমা সমস্যাটোৰ ওপৰত আলোচনাত মিলিত হয় ৷ অঞ্চলটো পৰিদৰ্শন কৰাৰ অন্তত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত মন্ত্ৰীগৰাকীয়ে কয় দুয়োখন ৰাজ্যৰ হাতত থকা তথ্য প্ৰমান পৰীক্ষা কৰাৰ অন্তত স্থানীয় বাসিন্দাৰেমতামত গ্ৰহণৰ অন্তত সীমা সমস্যা সমাধানৰ ব্যৱস্থাত আগবাঢ়িব দুয়োখন চৰকাৰ ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
બનાસકાંઠા જિલ્લા શૈક્ષણિક સંઘ સંકલન સમિતિ દ્વારા આવેદનપત્ર આપ્યું
બનાસકાંઠા જિલ્લા શૈક્ષણિક સંઘ સંકલન સમિતિ દ્વારા આવેદનપત્ર આપ્યું
राजस्थान में आज से 5G, तीन शहरों से शुरुआत:CM ने जयपुर में लॉन्च की जियो सर्विस, बोले- इंटरनेट अफीम हो गया है
राजस्थान में 5G का इंतजार खत्म हो गया है। मुख्यमंत्री अशोक गहलोत ने आज जयपुर से तीन शहरों में...
કતલખાને જતા ઘેટાં-બકરાને બચાવી કાંટની જીવદયા સંસ્થામાં મુકવામાં આવ્યા
કતલખાને જતા ઘેટાં-બકરાને બચાવી કાંટની જીવદયા સંસ્થામાં મુકવામાં આવ્યા
भजन लाल सरकार के दलित शिक्षा मंत्री के कार्यों को नहीं पचा पा रहे है कांग्रेसी नेताः- जितेंद्र गोठवाल
विपक्ष के नेता तक को बोलने से रोक रहे है पीसीसी चीफ, इससेेेेेेेेेे साफ होती है कांग्रेस की दलित...