যোৱা নিশা গোলাঘাটৰ জিলা পৰিবহণ বিষয়াই নগৰখনৰ যান-বাহন নিয়ম উলংঘাকাৰীসকলৰ বিৰুদ্ধে অভিযান চলায়। অভিযানৰ সময়ত সুৰাপান কৰি গাড়ী চলোৱাৰ বাবে ৫ জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। মটৰ বাহন আইনৰ বিভিন্ন ধাৰা যেনে হেলমেট আৰু চিটবেল্ট পৰিধান নকৰাকৈ গাড়ী চলোৱা, সুৰাপান কৰি গাড়ী চলোৱা আদিৰ অধীনত অপৰাধীসকলৰ বিৰুদ্ধে জৰিমনা হিচাপে ১.১২ লাখ টকা আৰোপ কৰা হৈছে।
সুৰাপান কৰি গাড়ী চলোৱা ৫ জন লোকৰ বিৰুদ্ধে গোচৰ গোলাঘাট জিলা পৰিবহণ বিষয়াৰ
![](https://storage.googleapis.com/nerity.com/uploads/photos/2022/09/nerity_f8e49cea451113e9025e5cde056e16ec.jpg)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)