আজি অসম গৌৰৱ ক্ৰীড়াবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্ম দিন। তেখেতৰ তিনি ছেপ্তেম্বৰ জন্মদিনটো সমগ্ৰ অসমে অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰি আহিছে। কমাৰবন্ধা ক্ৰীড়া সন্থাইও আজি এই অভিৰুচি ক্ৰীড়া দিৱস অতি উলহ মালহেৰে আয়োজন কৰিছে। পোৱা ঐতিহাসিক শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ পৰা কমাৰবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰলৈ সদৌ অসম ভিত্তিত প্ৰাইজমনি সামূহিক দৌৰ প্ৰতিযোগিতাৰে দিৱসৰ শুভাৰম্ভ কৰে। শ শ প্ৰতিযোগিয়ে অংশ গ্ৰহণ কৰা প্ৰতিযোগিতা উদ্বোধন কৰে জিলা ক্ৰীড়া বিষয়া ছামী শইকীয়াই। দৌৰ শুভাৰম্ভ কৰে অসম ক্ৰিকেট সন্থাৰ উপ সভাপতি পৰিক্ষীত দত্ত।সামূহিক দৌৰ সমাপন হোৱাৰ পাছত পতাকা উত্তোলন কৰা হয়। সমগ্ৰ দিনটো বিভিন্ন প্ৰতিযোগিতা যেনে দৌৰ,জেবলিন,ডিচকাচ,চটফুট আদিৰ লগতে এখন প্ৰীতি ফুটবল খেলু আয়োজন কৰিছে। এই সমগ্ৰ খেল সমূহ কমাৰবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুস্থিত হব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মাহমৰাৰ মৰাণ পৌৰসভাৰ উদ্যোগত মৰাণহাট শিশু উদ্যানত অসম চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তি উদ্যাপন ।পৌৰপতি অৰূপদত্তৰ অংশ গ্ৰহন।
চৰাইদেউ জিলাৰ মৰাণ পৌৰসভাৰ উদ্যোগত তথা ভাৰতীয় জনতা পাৰ্টিৰ মৰাণ নগৰ মণ্ডলৰ সহযোগত অসম চৰকাৰৰ...
Amol mitkari On Shivaji Maharaj statue collapses: सरकारनं कठोर कारवाईची भूमिका घ्यावी -अमोल मिटकर
Amol mitkari On Shivaji Maharaj statue collapses: सरकारनं कठोर कारवाईची भूमिका घ्यावी -अमोल मिटकर
Gautam Shah's Multibagger Stock Picks: IT और Reliance बाजार को बचाकर रखेंगे | Nifty PSU Bank | N18V
Gautam Shah's Multibagger Stock Picks: IT और Reliance बाजार को बचाकर रखेंगे | Nifty PSU Bank | N18V
নুমলীগড়ৰ ধৰ্মেশ্বৰ আচনৰ
বাঁহৰ ৰাষ্ট্ৰীয় পতাকাখনে লাভ কৰিছে ব্যাপক চৰ্চা
দেশ স্বাধীনতা লাভ কৰা ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশজুৰি পালন কৰি আছে আজাদি কা অমৃত মহোৎসৱ,...