আজি অসম গৌৰৱ ক্ৰীড়াবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্ম দিন। তেখেতৰ তিনি ছেপ্তেম্বৰ জন্মদিনটো সমগ্ৰ অসমে অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰি আহিছে। কমাৰবন্ধা ক্ৰীড়া সন্থাইও আজি এই অভিৰুচি ক্ৰীড়া দিৱস অতি উলহ মালহেৰে আয়োজন কৰিছে। পোৱা ঐতিহাসিক শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ পৰা কমাৰবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰলৈ সদৌ অসম ভিত্তিত প্ৰাইজমনি সামূহিক দৌৰ প্ৰতিযোগিতাৰে দিৱসৰ শুভাৰম্ভ কৰে। শ শ প্ৰতিযোগিয়ে অংশ গ্ৰহণ কৰা প্ৰতিযোগিতা উদ্বোধন কৰে জিলা ক্ৰীড়া বিষয়া ছামী শইকীয়াই। দৌৰ শুভাৰম্ভ কৰে অসম ক্ৰিকেট সন্থাৰ উপ সভাপতি পৰিক্ষীত দত্ত।সামূহিক দৌৰ সমাপন হোৱাৰ পাছত পতাকা উত্তোলন কৰা হয়। সমগ্ৰ দিনটো বিভিন্ন প্ৰতিযোগিতা যেনে দৌৰ,জেবলিন,ডিচকাচ,চটফুট আদিৰ লগতে এখন প্ৰীতি ফুটবল খেলু আয়োজন কৰিছে। এই সমগ্ৰ খেল সমূহ কমাৰবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুস্থিত হব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
अल्पवयीन मुलीवर दोघांनी केला अत्याचार
बीड प्रतिनिधी:- दुकानावर बिस्कीट पुडे आणण्यासाठी गेलेल्या १३ वर्षीय विद्यार्थीनीला संगनमताने...
સ્વતંત્રતા દિવસ 2022: મનોજ તિવારી અને નિરહુઆ એ સ્વતંત્રતા દિવસના અવસરે લેહ પહોંચ્યા, સૈનિકોને ભોજન પણ પીરસ્યું
આજે 15મી ઓગસ્ટના રોજ દેશ આઝાદીની ઉજવણીનો ધૂમ મચાવતો જોવા મળી રહ્યો છે. ‘હર ઘર તિરંગા’...
लोखंडी रॉडने तरूणाला केली मारहाण; गुन्हा दाखल
( रत्नागिरी )
शहरातील धनजीनाका येथे किरकोळ कारणातून राजीवडा येथील तरुणाला दोघांनी लोखंडी...
અમરેલી ખાતે યોજાયેલ કલા-મહોત્સવ ૨૦૨૨ની જિલ્લા કક્ષાની સ્પર્ધામાં પ્રથમ ક્રમ પ્રાપ્ત કરતી રીંકલ પરમાર
ખાંભા તાલુકાના દલડી ગામે સામાન્ય પરિવારમાંથી આવતી રિંકલ નાનપણ થી ગાવાનો શોખ ધરાવતી. હાલ...
Budget 2024: बजट के विरोध में आज प्रदर्शन करेगा I.N.D.I.A, मल्लिकार्जुन खरगे के घर हुई बैठक में बनी सहमति
नई दिल्ली। विपक्षी गठबंधन आइएनडीआइए ने फैसला किया कि वह बुधवार को केंद्रीय बजट में...