আজি ডিব্ৰুগড় জিলা বৰবৰুৱাত মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত ১৫ দিনীয়া ফুটবল প্ৰশিক্ষণৰ শিবিৰ শুভাৰম্ভ কৰা হয়। সংগঠনটোৰ ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক বিতুপন দুৱাৰাই আঁত ধৰা অনুষ্ঠানত বৰবৰুৱা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গোপীনাথ দত্তই প্ৰশিক্ষণ শিবিৰটো শুভ উদ্বোধন কৰে। জানিব পৰামতে ১৫ দিনীয়া ফুটবল প্ৰশিক্ষণ সম্পূৰ্ণ বিনামূলীয়াকৈ হ'ব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
जिलेभर में धूमधाम से किया गणेश प्रतिमाओं का विसर्जन
जिलेभर में अनंत चतुर्दशी महोत्सव पर्व धूमधाम से मनाया गया। भजन को धूनों पर भक्तो का रोमांच देखने...
ટીંબીમા ખેડૂતોના ખેતરમા જંગલી ભૂંડોનો ત્રાસ રાત દિવસ ઉજાગરા કરવા છતાં બે કલાક મા બે વિઘામા કપાસનો
ટીંબીમા ખેડૂતોના ખેતરમા જંગલી ભૂંડોનો ત્રાસ રાત દિવસ ઉજાગરા કરવા છતાં બે કલાક મા બે વિઘામા કપાસનો
केबीसी 14 में पहुंचे आमिर खान इस सवाल पर फंसे, लेनी पड़ी लाइफलाइन |*Entertainment
केबीसी 14 में पहुंचे आमिर खान इस सवाल पर फंसे, लेनी पड़ी लाइफलाइन |*Entertainment
আজিৰ পৰা আৰম্ভ অম্বুবাচী মেলা
আজিৰে পৰা আৰম্ভ হৈছে অম্বুবাচী।
এটিয়া পাহাৰৰ বুকুত ভক্তৰ ভিৰ।
মা কামাখ্যাক আৰাধনাৰ বাবে সমগ্ৰ...
Breaking News: Uttar Pradesh के पीलीभीत में सड़क हादसे में 5 लोगों की मौत | Aaj Tak Hindi News
Breaking News: Uttar Pradesh के पीलीभीत में सड़क हादसे में 5 लोगों की मौत | Aaj Tak Hindi News