মাকৰ ঘৰলৈ ফুৰিবলৈ গৈ নিৰুদ্দেশ হ'ল পত্নী । এতিয়া পত্নীক বিচাৰি হাহাকাৰ কৰিছে স্বামীয়ে । এই ঘটনা সংঘটিত হৈছে দেৰগাৱঁৰ কাকডোঙাৰ বেজগাৱঁত । নগেন বৰা নামৰ ব্যক্তিজনৰ পত্নী ৰুণু বৰা কণমানি পুত্ৰৰ সৈতে ফৰকাটিঙৰ মাতৃ গৃহলৈ গৈছিল যোৱা ২০ আগষ্টত । তাৰ পিছতে সন্ধানহীন ৰুণু বৰা । এটি পুত্ৰ আৰু কন্যা সন্তানৰ মাতৃ ৰুণু বৰাক বিচাৰি এতিয়া পৰিয়ালৰ মাজত হাহাকাৰ লাগিছে । আৰক্ষীক জনোৱাৰ পিছতো পত্নীৰ সন্ধান নোলোৱাত সংবাদ মাধ্যমৰ কাষ চাপিছে স্বামী । কোনো সদাসয় লোকে এই গৰাকী মহিলাৰ সম্ভেদ পালে আৰক্ষীক জনাবলৈ অনুৰোধ কৰিছে স্বামী নগেন বৰাই ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
किरोड़ी लाल मीणा का एक और खुलासा, गांधी नगर परियोजना को कैबिनेट नहीं, CM ने दी मंजूरी
राजस्थान की राजधानी जयपुर के सबसे पॉश गांधी नगर इलाके में सरकारी क्वार्टर को तोड़कर बनाई जा रही...
અમરેલી : 5 સિંહો લટાર મારતા જોવા મળ્યા | SatyaNirbhay News Channel
અમરેલી : 5 સિંહો લટાર મારતા જોવા મળ્યા | SatyaNirbhay News Channel
ચૂંટણી દરમિયાન આવશ્યક સેવાઓ પર ફરજ પરના કર્મચારીઓ માટે પોસ્ટલ બેલેટ આપવા માટે ખાસ વ્યવસ્થા કરાઈ
જિલ્લા કલેક્ટર કચેરી ખાતે ચૂંટણી અધિકારી કે એલ બચાણીની અધ્યક્ષતામાં ચૂંટણીની આવશ્યક કામગીરીમાં...
Gujarat के दाहोद में 6 साल की बच्ची से रेप पर Congress का ने किया प्रदर्शन | Aaj Tak Hindi News
Gujarat के दाहोद में 6 साल की बच्ची से रेप पर Congress का ने किया प्रदर्शन | Aaj Tak Hindi News
इजरायल-हमास युद्ध से भारत को अरबों का नुकसान? |Israel Hamas War|Kharcha Pani Ep 689
इजरायल-हमास युद्ध से भारत को अरबों का नुकसान? |Israel Hamas War|Kharcha Pani Ep 689