হোজাই আৰক্ষীৰ অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান।ভাৰপ্ৰাপ্ত বিষয়া তপন মেধিৰ নেতৃত্বত চলা এই অভিযানত ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন কুখ্যাত সৰবৰাহকাৰী।হোজাই আৰক্ষীয়ে ভূঞাপট্টী অঞ্চলত ড্ৰাগছ বিৰোধী অভিযান চলায় জব্দ কৰে ড্ৰাগছ ভৰ্তি ২০টাকৈ কন্টেনাৰ। ধৃত ড্ৰাগছ সৰবৰাহকাৰীৰ নাম ভূঞাপট্টীৰ আব্দুল মুক্তাৰ বুলি জানিব পৰা গৈছে।ড্ৰাগছ খিনিৰ বজাৰ মূল্য প্ৰায় লক্ষাধিক টকা হব বুলি জানিব পৰা গৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Chandrayaan 3 : चंद्रयान-3 की ये खास रिसर्च इंसान को बसा देगी चांद पर ! ISRO। Life on moon। News
Chandrayaan 3 : चंद्रयान-3 की ये खास रिसर्च इंसान को बसा देगी चांद पर ! ISRO। Life on moon। News
મહેસાણા મુકામે મહેસાણા જિલ્લા ભાજપ દ્વારા હનુમાનજી મંદિર, મોઢેરા ચાર રસ્તા થી ભવ્ય તિરંગા યાત્રા નું આયોજન
મહેસાણા જિલ્લા ભાજપ અનુસૂચિત જાતિ મોરચો
તારીખ 12/08/22 ને શુક્રવારના રોજ
બપોરના...
दहीहंडी महोत्सवासाठी सिनेअभिनेत्री सपना चौधरी बीडमध्ये@news23marathi
दहीहंडी महोत्सवासाठी सिनेअभिनेत्री सपना चौधरी बीडमध्ये@news23marathi