উখল মাখল পৰিবেশ টিংখাং মহাবিদ্যালয়ৰ চৌদিশ । বৃহত্তৰ টিংখাং সমষ্টিৰ উচ্চ শিক্ষাৰ একমাত্ৰ চৰকাৰী শিক্ষা অনুষ্ঠান টিংখাং মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান আজি সামৰণি পৰিব। তিনিদনীয়াকৈ মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত সামৰণি দিনা অথাৎ আজি পুৱাৰ ১০-৩০ বজাত বৰ্ণিল সাংস্কৃতিক দলৰ অংশ গ্ৰহণেৰে দিনটোৰ কাৰ্যসূচী শুভাৰম্ভ হয়। সাংস্কৃতিক শোভাযাত্ৰা শুভাৰম্ভ কৰে মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ জীৱেশ্বৰ মহনে।এই সাংস্কৃতিক শোভাযাত্ৰাত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অঞ্চলটো বিভিন্ন সাংস্কৃতিক দলে অংশ গ্ৰহণ কৰে। এই কাৰ্যসূচীত কাৰ্যসূচীত মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ মৌচুমী গগৈয়ে নেতৃত্বত প্ৰদান কৰে। দুপৰীয়া ১ বজাৰ পৰা অনুষ্ঠিত হ'ব মুকলি সভা । উদযাপন সমিতিৰ সভাপতি তথা মন্ত্ৰী বিমল বড়া সঞ্চালনাত অনুষ্ঠিত হ'ব লগা এই মুকলি সভাত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ লগতে ৰাজহ আৰু দুৰ্যোগ প্ৰশমন মন্ত্ৰী যোগেন মহন লগতে শিক্ষা বিষয়া আৰু ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰিব। মুকলি সভাতে কেইবাখনো গ্ৰন্থ উন্মোচন কৰিব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
গোৰেশ্বৰৰ শুক্লাইস্থিত জৌহলাওফুৰি উদ্যান পৰিদৰ্শন কেবিনেট মন্ত্ৰী ইউজি ব্ৰহ্মৰ
গোৰেশ্বৰৰ শুক্লাইস্থিত জৌহলাওফুৰি উদ্যান পৰিদৰ্শন কেবিনেট মন্ত্ৰী ইউজি ব্ৰহ্মৰ
সোণাৰি হৰিসভা মন্দিৰত পূৰ্ণিমা শুক্ল পক্ষৰ তিথিত আধ্যাত্মিকতাৰে ৰাস পূৰ্ণিমা পালন
চৰাইদেউ জিলাৰ সোণাৰিৰ মাজ মজিয়াত অৱস্থিত এই হৰি সভা মন্দিৰ হৈছে অতিকৈ পুৰণি মন্দিৰ। ১৯২৪ চনতেই...
Israel Hamas War : UNSC की बैठक में इसराइल और फ़लस्तीनी विदेश मंत्री भिड़ गए (BBC Hindi)
Israel Hamas War : UNSC की बैठक में इसराइल और फ़लस्तीनी विदेश मंत्री भिड़ गए (BBC Hindi)
मनीष सिसोदिया को धनतेरस पर मिली बड़ी खुशखबरी, दिवाली से पहले जा सकेंगे घर
दिल्ली की अदालत ने तिहाड़ में बंद दिल्ली के पूर्व उपमुख्यमंत्री मनीष सिसोदिया को अपनी बीमार पत्नी...
વડોદરા: અકોટા બ્રિજ પાસે ડમ્પર રિવર્સ લેતા 2 થી 3 વાહનોને લીધા અડફેટે | Vadodara Accident News
વડોદરા: અકોટા બ્રિજ પાસે ડમ્પર રિવર્સ લેતા 2 થી 3 વાહનોને લીધા અડફેટે | Vadodara Accident News