উখল মাখল পৰিবেশ টিংখাং মহাবিদ্যালয়ৰ চৌদিশ । বৃহত্তৰ টিংখাং সমষ্টিৰ উচ্চ শিক্ষাৰ একমাত্ৰ চৰকাৰী শিক্ষা অনুষ্ঠান টিংখাং মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান আজি সামৰণি পৰিব। তিনিদনীয়াকৈ মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত সামৰণি দিনা অথাৎ আজি পুৱাৰ ১০-৩০ বজাত বৰ্ণিল সাংস্কৃতিক দলৰ অংশ গ্ৰহণেৰে দিনটোৰ কাৰ্যসূচী শুভাৰম্ভ হয়। সাংস্কৃতিক শোভাযাত্ৰা শুভাৰম্ভ কৰে মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ জীৱেশ্বৰ মহনে।এই সাংস্কৃতিক শোভাযাত্ৰাত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অঞ্চলটো বিভিন্ন সাংস্কৃতিক দলে অংশ গ্ৰহণ কৰে। এই কাৰ্যসূচীত কাৰ্যসূচীত মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ মৌচুমী গগৈয়ে নেতৃত্বত প্ৰদান কৰে। দুপৰীয়া ১ বজাৰ পৰা অনুষ্ঠিত হ'ব মুকলি সভা । উদযাপন সমিতিৰ সভাপতি তথা মন্ত্ৰী বিমল বড়া সঞ্চালনাত অনুষ্ঠিত হ'ব লগা এই মুকলি সভাত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ লগতে ৰাজহ আৰু দুৰ্যোগ প্ৰশমন মন্ত্ৰী যোগেন মহন লগতে শিক্ষা বিষয়া আৰু ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰিব। মুকলি সভাতে কেইবাখনো গ্ৰন্থ উন্মোচন কৰিব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
नहीं मिलेगा इससे बड़ा ऑफर, Samsung के इन स्मार्टफोन पर है धमाकेदार डिस्काउंट, यहां देखें ऑफर्स और डिटेल
Samsung अपने A-Series फोन के मॉडल पर मजेदार डील लेकर आया है। इस डील में फोन 10 हजार रुपये तक...
આસેડા ગામની પ્રાથમિક શાળાની દીકરીઓએ કબડ્ડીની રમતમાં ઉમદા પ્રદર્શન કરીને સહુ કોઈને ચોંકાવી દીધા
આસેડા ગામની પ્રાથમિક શાળાની દીકરીઓએ કબડ્ડીની રમતમાં ઉમદા પ્રદર્શન કરીને સહુ કોઈને ચોંકાવી દીધા
Israel Palestine War: इसराइल को लेकर क्या Islamic Countries एकजुट हो पाएंगे? (BBC Hindi)
Israel Palestine War: इसराइल को लेकर क्या Islamic Countries एकजुट हो पाएंगे? (BBC Hindi)
Landslips at Shia Shrine in Iraq kills 7, say officials
Iraqi officials say a landslip collapsed the ceiling of a Shia Shrine in central Iraq over the...
કોંગ્રેસની કઠણાઈ :-ગુલામ નબી આઝાદે અધ્યક્ષ બન્યાના માત્ર બે કલાકમાંજ આપ્યું રાજીનામું !!
દેશની એક સમયની સૌથી મોટી પાર્ટી કોંગ્રેસને હવે ઠેરઠેર ઝટકા લાગવાની જાણે મૌસમ જામી છે તે મુજબ હવે...