অৱশেষত ঠিকনা সলনি হ'ল চুইট ছাৰৰ। অৱশেষত ঠিকনা সলনি হ'ল সোণাৰিৰ চুইট ছাৰৰ। এসময়ত সকলোৰে আদৰৰ চুইট ছাৰৰ কৰুণ কাহিনী সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাছতে মৰ্মাহত কৰি তুলিছিল সকলোকে। সোণাৰিৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ছাফাজুল হুছেইন ওৰফে চুইট ছাৰৰ দুৰ্বিসহ জীৱন সন্দৰ্ভত সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাছতে আজি সোণাৰিস্থিত তেখেতৰ বাসগৃহত উপস্থিত হলহি নাজিৰাৰ এটা স্বেচ্ছাসেৱী সংগঠন। হিউমেন ৱেলফেয়াৰ চ'ছাইটি নামৰ স্বেচ্ছাসেৱী সংগঠনটো অৱসৰপ্ৰাপ্ত অধ্যক্ষগৰাকীৰ বাসগৃহত উপস্থিত হৈ তেখেতৰ স্বাস্থ্যৰ বুজ লয়। উল্লেখ্য যে ২০০৭ চনতে সোণাৰিৰ পদ্মকুমাৰী বৰুৱা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা লগতে পৰৱৰ্তী সময়ত তেখেতৰ পত্নীৰ মৃত্যুৰ পিছত ক্ৰমে মানসিক ভাৰসাম্য হেৰুৱাই পেলায়। ইফালে তেখেতৰ একমাত্ৰ কন্যা কৰ্মসূত্ৰে আমেৰিকাত থকাত নিজ গৃহতে এগৰাকী পৰিচাৰিকাৰ তত্বাৱধানত বন্দীত্বৰ জীৱন নিৰ্বাহ কৰা খবৰে সকলোকে আশ্বৰ্যম্বিত কৰি তুলিছিল। ইয়াৰ পাছতেই শুক্ৰবাৰে নাজিৰাৰ স্বেচ্ছাসেৱী সংগঠনটো সোণাৰিত আহি উপস্থিত হয়হি সোণাৰিত। পৰৱৰ্তী সময়ত যাৱতীয় কাম কাজ সমাপন কৰি আজি সোণাৰিৰপৰা স্থানান্তৰ কৰে অৱসৰপ্ৰাপ্ত অধ্যক্ষজনক।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
NavIC Vs GPS: क्या गूगल लोकेशन को टक्कर देगा भारतीय नेविगेशन सेटैलाइट, Google Maps से कितनी अलग होगी सुविधा
Google Maps का इस्तेमाल हमारे लिए बहुत आम है लेकिन क्या आप जानते हैं कि यह GPS पर निर्भर करता है...
শান্তিপূৰ্ণ ভাবে অন্ত পৰিল ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰৰ লিখিত পৰীক্ষা৷
আজি ৰাজ্যজুৰি অনুষ্ঠিত হৈছে অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ চাকৰিৰ প্ৰাৰ্থীৰ লিখিত পৰীক্ষা৷ৰাজ্যৰ...
ડીસાના આખોલ ચાર રસ્તા નજીક સામાન્ય વરસાદમાં 5 થી 7 ફૂટના ખાડા પડતાં વાહનચાલકોને ભારે હાલાકી
બનાસકાંઠા જિલ્લામાં સામાન્ય વરસાદમાં જ અનેક જગ્યાએ રસ્તાઓ ધોવાઈ ગયા છે. ત્યારે ડીસાના આખોલ ચાર...
IPS Alok Kumar appointed as ADGP Traffic and Road Safety in Bengaluru
IPS Alok Kumar appointed as Traffic and Road Safety in Bengaluru.