মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ চহৰীয়া গাঁৱত নিশা আৰক্ষীয়ে অভিযান চলাই চাইবাৰ গুৰু মামুন মুঞ্চীসহ প্ৰশিক্ষণৰত অৱস্থাত ৭ টাক গ্ৰেপ্তাৰ কৰে।গ্ৰেপ্তাৰ কৰা চাইবাৰ অপৰাধী কেইটা হৈছে চাইবাৰ এক্সপাৰ্ট মামুন মুঞ্চী ওৰফে মামুন অলিউল্লাহ,মুস্তাক মুঞ্চী ওৰফে মুস্তাক আহমেদ, আৰিফুল,ওমৰ ফাৰুক,দিলদাৰ হুছেইন, ফৰিদুল ইছলাম আৰু ফুৰকান আলী।ধৃত অপৰাধী কেইটাৰ পৰা আৰক্ষীয়ে ১১ টা স্মাৰ্ট ফোন,৭২০ খন চিমকাৰ্ড,৬ খন বেংক পাছবুকসহ বহু পৰিমাণৰ পানকাৰ্ড ,আধাৰ কাৰ্ড আৰু নগদ ২০ হাজাৰ টকা জব্দ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Israel-Palestine War Updates: अस्पताल के बाद Gaza के चर्च में धमाका, महिला समेत 1 बच्ची की मौत
Israel-Palestine War Updates: अस्पताल के बाद Gaza के चर्च में धमाका, महिला समेत 1 बच्ची की मौत
बीच सड़क पर जलता मिला युवक, मौत से पहले बोला- पुलिसवालों ने जिंदा जला दिया है, अस्पताल पहुंचा दो
बीच सड़क पर जलता मिला युवक, मौत से पहले बोला- पुलिसवालों ने जिंदा जला दिया है, अस्पताल पहुंचा दो...
Drivers Strike : मुंबई में सबकी हालत खराब! ड्राइवर्स हड़ताल को लेकर महाराष्ट्र सरकार का बड़ा फैसला |
Drivers Strike : मुंबई में सबकी हालत खराब! ड्राइवर्स हड़ताल को लेकर महाराष्ट्र सरकार का बड़ा फैसला |
চিলাপথাৰত আশাকৰ্মী নিযুক্তি সন্দৰ্ভত ৰাজহুৱা সভা, টুটুমণি গগৈক নিযুক্তিৰ বাবে ৰাজহুৱা প্ৰস্তাৱ গ্ৰহণ
চিলাপথাৰ জোনাকী নগৰ আৰু মিছিংগাঁৱৰ আশাকৰ্মী নিযুক্তি সন্দৰ্ভত দীৰ্ঘদিন ধৰি টনাআজোৰা চলি আহিছে।...
গোলাঘাটৰ ৰূপামণি দত্ত হিলৈদাৰীৰ পাঁচখনকৈ গ্ৰন্থ উন্মোচন।
গোলাঘাটত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰূপামণি দত্ত হিলৈদাৰীৰ পাঁচখনকৈ গ্ৰন্থ উন্মোচন।গোলাঘাটৰ বিশিষ্ট...