মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ চহৰীয়া গাঁৱত নিশা আৰক্ষীয়ে অভিযান চলাই চাইবাৰ গুৰু মামুন মুঞ্চীসহ প্ৰশিক্ষণৰত অৱস্থাত ৭ টাক গ্ৰেপ্তাৰ কৰে।গ্ৰেপ্তাৰ কৰা চাইবাৰ অপৰাধী কেইটা হৈছে চাইবাৰ এক্সপাৰ্ট মামুন মুঞ্চী ওৰফে মামুন অলিউল্লাহ,মুস্তাক মুঞ্চী ওৰফে মুস্তাক আহমেদ, আৰিফুল,ওমৰ ফাৰুক,দিলদাৰ হুছেইন, ফৰিদুল ইছলাম আৰু ফুৰকান আলী।ধৃত অপৰাধী কেইটাৰ পৰা আৰক্ষীয়ে ১১ টা স্মাৰ্ট ফোন,৭২০ খন চিমকাৰ্ড,৬ খন বেংক পাছবুকসহ বহু পৰিমাণৰ পানকাৰ্ড ,আধাৰ কাৰ্ড আৰু নগদ ২০ হাজাৰ টকা জব্দ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વર્લ્ડ પાટીદાર ફેડરેશનના નામે બોલાવેલી બેઠકનો થયો ફિયાસ્કો, સાત સંસ્થાના જોડાવાના દાવા પોકળ
વર્લ્ડ પાટીદાર ફેડરેશનના નામે બોલાવેલી બેઠકનો થયો ફિયાસ્કો, સાત સંસ્થાના જોડાવાના દાવા પોકળ
मटका नावाचा जुगार चालवणाऱ्या वर वाढवणा पोलिसांची कारवाई
मटका नावाचा जुगार चालवणाऱ्या वर वाढवणा पोलिसांची कारवाई
World Cup 2023: Team India पुणे पहुंची | Rohit Sharma | Virat Kohli | IND vs BAN
World Cup 2023: Team India पुणे पहुंची | Rohit Sharma | Virat Kohli | IND vs BAN
पीएम को मारने की साजिश रच रहा है मैनेजर:मुंबई पुलिस को युवक ने मैसेज किया; झारखंड में बम ब्लास्ट करना चाहता है
मैनेजर से झगड़ा होने पर कर्मचारी ने मुंबई पुलिस को धमकी भरा मैसेज भेजा। लिखा- कंपनी का मालिक...