ভাৰতীয় জনতা পাৰ্টীৰ চৰাইদেউ জিলা কৃষক মৰ্চাৰ উদ্যোগত, মাহমৰা মণ্ডল কৃষক মৰ্চা, নিজখালৈঘুগুৰা আৰু ডবা পঞ্চায়তৰ কৃষক মৰ্চাৰ উদ্যোগত আজি চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত লাইচেঙত অৱস্থিত খাৰঘৰীয়া ডবা মজলীয়া বিদ্যালয়ৰ প্ৰাঙ্গনত এশ এগচি বন্তি প্ৰজ্বলন কৰি কাতি বিহু উদযাপন কৰা হয় ৷ বিজেপিৰ চৰাইদেউ জিলা কৃষক মৰ্চাৰ সভাপতি দেৱজিত চাউৰকে আঁত ধৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন, বিজেপিৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি লক্ষ্মীনাথ তাচা, উপ সভাপতি ৰ'জ কমল মহন, মাহমৰা গ্ৰাম্য মণ্ডলৰ সভাপতি হৰেণ গগৈকে ধৰি বহুসংখ্যক দলীয় কাৰ্যকৰ্তা আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ৷ অনুষ্ঠানত অংশগ্ৰহন কৰি মন্ত্ৰী যোগেন মহনে ৰাইজক বিহুৰ ওলগ জনোৱাৰ লগতে ৰাইজৰ লগত আকাশ বন্তি প্ৰজ্বলন কৰি সকলোকে কাতি বিহুৰ পৰম্পৰা ৰক্ষা কৰিবলৈ আহ্বান জনায় ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સાયલા બસ સ્ટેશનની પાળ પર બેઠેલા ત્રણ વિદ્યાર્થીને સ્ટેશનના કર્મીએ રૂમમાં પૂરી માર માર્યો
થોરિયાળી ગામના 3 વિદ્યાર્થી સાયલા સાર્વજનિક સ્કૂલમાં ભણે છે. તેઓ રિશેષમાં બસ સ્ટેશન જઇને પાળી ઉપર...
ઉતરસંડા આઈ ટી આઈ ખાતે એપરંટીસ ભરતી મેળો યોજાશે
રોજગાર અને તાલીમ ખાતાના નિયંત્રણ હેઠણની રાજ્યની સરકારી ઔદ્યોગિક તાલીમ સંસ્થા,ઉત્તરસંડા ખાતે...
सुमारे 2100 ऊसतोड कामगारांनी आतापर्यंत नोंदणी केली! मुख्य कार्यकारी अधिकारी पवार@india report
सुमारे 2100 ऊसतोड कामगारांनी आतापर्यंत नोंदणी केली! मुख्य कार्यकारी अधिकारी पवार@india report
एकनाथ शिंदे से छिनेगा शिवसेना का नाम और चिह्न! उद्धव ठाकरे की याचिका पर सुप्रीम कोर्ट सुनवाई को हुआ राजी
नई दिल्ली, शिवसेना पार्टी और उसका चुनाव चिह्न एकनाथ शिंदे को दिए जाने के खिलाफ उद्धव ठाकरे की...