দৰঙৰ হাজৰিকাপাৰাৰ শ্বেতম‌দাৰত উদ্ধাৰ দুস্প্ৰাপ্য  ঈগল চৰাই ।

খৰ্গ নাথ নামৰ লোকজনে বাসগৃহৰ পিছফালে মাটিত পৰি থকা অৱস্থাত উদ্ধাৰ কৰে চৰাইটো 

কদম গছ এডালৰ পৰা মাটিত সৰি পৰিছিল চৰাইটো 

দুস্প্ৰাপ্য ঈগল চৰাইটো চাবলৈ ভিৰ কৰে ওচৰ-চুবুৰীয়াই 

পিছত ৰাইজে বন বিভাগক গতাই দিয়ে চৰাই টি।

চৰাই উদ্ধাৰ কৰা খৰ্গ নাথক আঘাত কৰে ঈগল চৰাইটোৱে।