হাৰ্হি মহাবিদ্যালয় ২৪সংখ্যক প্ৰতিষ্ঠা দিৱস পালন।

ঢকুৱাখনা এখন উচ্চ শিক্ষানুষ্ঠান হাহি মহাবিদ্যালয় খনৰ ২৪সংখ্যক প্ৰতিষ্ঠা দিৱস শুকুৰবাৰে মহাবিদ্যালয় প্ৰাংগণত দিনজোৰা কাৰ্য্যসূচীৰে উলহমালহেৰে পালন কৰা হয়।

গীত নৃত্য মাজেৰে অনুষ্ঠিত অনুষ্ঠান লগতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত কৰা হয়।