শনিবাৰে পুৱাই তিনিচুকীয়াৰ বাইপাছ আৰু ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত দেখিবলৈ পোৱা যায় এক নান্দনিক দৃশ্য, প্ৰায়েই দেখিবলৈ পোৱা যায় এনে নান্দনিক দৃশ্য। ঘটনা অনুসৰি, পথটোৰ সংযোগস্থলীত এটা প্ৰকাণ্ড গাঁত আছে যিটো গাঁতত যিকোনো বাহনৰ এটা চকা পৰিছে উঠি যোৱাটো অসম্ভৱ ৷ উক্ত পথটোত প্ৰায়েই এনেদৰে বাহন পৰি ক্ষতিগ্ৰস্ত হৈছে, কিছুদিনৰ পূৰ্বে এখন ১৬ চকাৰ ট্ৰাক পৰিও ক্ষতিগ্ৰস্ত হয় ৷ তাৰ পাছতো পথটো নিৰ্মাণ কৰা সংস্থা, জিলা প্ৰশাসন, মন্ত্ৰী-বিধায়ক কিম্বা বিভাগীয় কতৃপক্ষই কোনো গুৰুত্ব নিদিয়াত সৰৱ হৈ পৰিছে পথাৰোহীসকল ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Isreal-Palastine War: जंग में Iran की एंट्री हुई तो Oil Prices की क़ीमतें आसमान छू सकती हैं ?
Isreal-Palastine War: जंग में Iran की एंट्री हुई तो Oil Prices की क़ीमतें आसमान छू सकती हैं ?
આનંદનગર રોડ પર આવેલ ઈન્ફીનિટી ટાવરના બી વિંગની ઓફિસમાંથી દસ લાખની ચોરી
અમદાવાદ
શહેરમાં પોલીસ પેટ્રોલિંગ વચ્ચે ચોરો જાણે પોલીસને ચેલેન્જ આપી રહ્યા હોય તેવું લાગી રહ્યું...
Indian Air Force's C-17 Globemaster & Suryakiran Aerobatic team at Air Force Day celebrations in Uttar Pradesh's Prayagraj
Indian Air Force's C-17 Globemaster & Suryakiran Aerobatic team at Air Force Day celebrations...