ডাঙৰীত সংঘটিত হোৱা দূৰ্ঘটনাৰ প্ৰত্যক্ষদৰ্শীৰ মন্তব্য।

//ডাম্পাৰ চালকৰ দৌৰাত্ম্য,

চলন্ত ডাম্পাৰৰ চকা খুলি যোৱাত এজনৰ মৃত্যু//

//চকা খুলি পথৰ কাষৰ ব্যক্তিক মহটিয়াই নিয়াৰ ঘটনা ডাঙৰীৰ ধাদুম বিল গাঁৱৰ তিনিআলিত//

//তিনিচুকীয়া পৰা ৰইং

অভিমুখী আছিল AS 23 CC 7691 নম্বৰৰ ডাম্পাৰখন//

//মৃতজন ধাদুমৰ মাথোঁ সোনোৱাল(৬০) বুলি জানিব পৰা গৈছে//

//ঘটনাটোত ৰঞ্জিতা ধান নামৰ অন্য এগৰাকী মহিলাও আহত//

//ৰঞ্জিতা ধান চিকিৎসাধীন হৈ থকাৰ বিপৰীতে মাথোঁ সোনোৱালক চিকিৎসালয়লৈ নি থকাৰ অৱস্থাতে মৃত্যু//