নাজিৰা নাট্য মন্দিৰত বহ্নিমানৰ উদ্যোগত আৰম্ভ ৰাষ্ট্ৰীয় বাণিজ্য মেলা । এই বাণিজ্য মেলা উদ্বোধন কৰে নাজিৰা মহকুমা তথ্য ও জনসংযোগ বিষয়া বৰ্ণালী দত্তই ।