ঘটনাৰ স্থান - হৰিশিঙা ২ নং ফাচিয়া লিচিং গাঁ‌ও বালিপাৰা

Sponsored

कृष्णा हाइट्स - कोटा

कृष्णा हाइट्स की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

একবিংশ শতিকাত ভূতৰ অন্ধবিশ্বাস,

""মহিলা গৰাকীৰ শৰিৰত আছিল নখৰে আচৰাৰ দাগ তথাপি খৱৰ দিয়া ন'হল আৰক্ষীক।

" পৰিয়াল তথা গাঁওবাসীৰ মতে ভূটে আক্ৰমণ কৰাত হ'ল মহিলা গৰাকীৰ মৃত্যু।

ঘটনা ২৫ আগষ্টৰে

উল্লেখ্য যে ওদালগুৰি জিলাৰ

হৰিশিঙা থানাৰ অন্তৰ্গত ২

নং ফাচিয়া লিচিং বালিপাৰা 

৪১ বছৰীয়া মিনতী দৈমাৰীয়ে ওচৰতে থকা নৈত গা ধুবলৈ গৈ ৰহস্যজনক ভাৱে নৈৰ পাৰতে উলংগ অৱস্থাত উদ্ধাৰ হৈছিল মৃতদেহ।

মৃত মহিলা গৰাকীৰ শৰিৰত নখৰে আচৰাৰ দাগ আছিল যদিক খৱৰ দিয়া নহ'ল আৰক্ষীক।

 পৰিয়াল তথা গাঁওবাসীৰ মতে ভূতে আক্ৰমণ কৰাত হল মহিলা গৰাকীৰ মৃত্যু।

একবিংশ শতিকাত এয়া অন্ধবিশ্বাসৰ বলি হোৱা লোক নে ৰহস্যজনক মৃত্যুৰ ঘটনা গাপ দিয়াৰ চেষ্টা সেয়াহে চিন্তনীয়ৰ বিষয় হৈ পৰিছে।

হৰিশিঙাত ৰহস্যজনক মৃত্যু,নদীত গা ধুৱলৈ যোৱা মহিলা নদীৰ পাৰত উলংগ অৱস্থাত উদ্ধাৰ মৃতদেহ