গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ সৰুপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ২নং গন্ধকৰৈ আৰু লতাজুৰি গাৱৰ পৰা মহকুমা আবকাৰী বিভাগে এটা অবৈধ চুলাই মদৰ ভাটি উচ্ছেদৰ লগতে বহু পৰিমাণৰ অবৈধ চুলাই মদ ধ্বংস কৰিছে। এক গোপন সূত্ৰৰ ভিত্তিত যোৱা সৰুপথাৰ আবকাৰী বিভাগৰ এটা দলে ২ চেপ্তেম্বৰ তাৰিখে অবৈধ চুলাই ভাটিৰ লগতে প্ৰায় ২০০ লিটাৰ অবৈধ চুলাই আৰু চুলাই বনাবলৈ গেলাই থোৱা প্ৰায় ১৫০ কেজি লালী গুৰৰ লগতে চুলাই বনাবলৈ ব্যৱহাৰ কৰা ড্ৰাম, প্লাছটিকৰ বাল্টি, গিলান আদিও ধ্বংস কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Dilip Bhatt's Multibagger Stock Picks: बैंकों में NPA की चिंता नहीं, कई कंपनियों के वैल्युएशन महंगे
Dilip Bhatt's Multibagger Stock Picks: बैंकों में NPA की चिंता नहीं, कई कंपनियों के वैल्युएशन महंगे
દેશી બનાવટી જામગરી બંદુક ( અગ્નિશસ્ત્ર હથિયા૨ ) સાથે એક ઈસમને ઝડપી પાડતી અમરેલી એસ.ઓ.જી.ટીમ .
દેશી બનાવટી જામગરી બંદુક ( અગ્નિશસ્ત્ર હથિયા૨ ) સાથે એક ઈસમને ઝડપી પાડતી અમરેલી એસ.ઓ.જી.ટીમ ....