অহাকালিৰ পৰা বঙাইগাঁও জিলা পুথিভঁৰালত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হবলগীয়া ভাৰতীয় জনতা পার্টিৰ মহিলা মৰ্চা,অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত আহি উপস্থিত হোৱা ৰাজ্যিক মহিলা মৰ্চাৰ সন্মানীয়া সভানেত্রী আঙুৰলতা ডেকা ডাঙৰীয়ানীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মহিলা মৰ্চাৰ বিষয়ববীয়াসকলক বঙাইগাঁও পুথিভঁৰালত উপস্থিত হৈ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মাননীয় চীফ গোকুল বৰ্মণ ডাঙৰীয়াই সৌজন্যমূলক সাক্ষাৎ কৰে।
বঙাইগাঁও পুথিভঁৰালত উপস্থিত হৈ বিজেপি ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্রী আঙুৰলতা ডেকা লগত KACৰ চীফ গোকুল বৰ্মণ ডাঙৰীয়াই সৌজন্যমূলক সাক্ষাৎ কৰে
![](https://storage.googleapis.com/nerity.com/uploads/photos/2022/09/nerity_c4e83b49e8d25143a8c9902d339fb7a6.jpg)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)