ওদালগুৰি জিলাৰ ডিমাকুছিৰ বৰঙাজুলি শান্তিপুৰ শিৱ মন্দিৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা সাৰ্বজনীন গণেশ চতুৰ্থী মহোৎসৱ উদযাপনৰ আজি সফল সামৰণি পৰে । তিনিদিনীয়াকৈ অনুষ্ঠিত ব্যাপক আয়োজনেৰে চলোৱা গণেশ চতুৰ্থী মহোৎসৱত শতাধিক ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে ৷ আনহাতে ডিমাকুছিৰ গধূলি বজাৰ চকতো উলহ মালহৰে গণেশ চতুৰ্থী মহোৎসৱ উদযাপন কৰে । আয়তি সকলৰ নাম কীৰ্তননৰে মুখৰিত হৈ পৰে ডিমাকুছিৰ গণেশ মন্দিৰ প্ৰাঙ্গণ । গনেশ মূৰ্ত্তি স্থাপনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছতে আৰতি , নাম কীৰ্তন অনুস্থিত হয় ৷ডিমাকুছিত তিনিদিনীয়াকৈ অনুষ্ঠিত গণেশ চতুৰ্থী মহোৎসৱৰ সফল সামৰণি।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ધારી ખાતે વિધાનસભા કોંગ્રેસની મિટિંગ | ભાજપ પર વિરજીભાઈના શાબ્દિક પ્રહારો
ધારી ખાતે વિધાનસભા કોંગ્રેસની મિટિંગ | ભાજપ પર વિરજીભાઈના શાબ્દિક પ્રહારો
लोणी काळभोर सहाय्यक पोलीस निरीक्षक राजु महानोर यांची बदली
लोणी काळभोर सहाय्यक पोलीस निरीक्षक राजु महानोर यांची बदली