অসম ৰাজ্যিক গ্ৰামীণ জীবিকা অভিযান মৰিগাঁৱৰ অধীনত মৰিগাঁৱতো ৰূপায়িত হয় "সখী এক্সপ্ৰেছ" । এই উদ্দেশ্যৰে পবিতৰা হাট পেক্ষাগৃহত ২০২১-২২ বিত্তীয় বৰ্ষৰ আচনিৰ সৈতে জড়িত সামুহিক কৰ্মী সকলৰ মাজত আনুষ্ঠানিকভাৱে ১৪২ খন স্কুটী বিতৰণ কৰা হয়।