চিলাপথাৰৰ ফুলবাৰী পথাৰত নিৰ্মাণ হৈ আছে এটি বৃহৎ বৌদ্ধ মন্দিৰঃ ধেমাজি জিলাৰ বাণিজ্যিক নগৰ হিচাপে খ্যাত চিলাপথাৰৰ মালিনীপুৰ পঞ্চায়তৰ অন্তৰ্গত ফুলবাৰী পথাৰত প্ৰায় ৪০০ বিঘা এলেকা সামৰি কেৱল এবিঘা মাটি জুৰি ১২০ ফুট উচ্চতাৰ তিনি মহলযুক্ত অসমৰ ভিতৰতে সৰ্ববৃহৎ এটি বৌদ্ধ মন্দিৰ নিৰ্মাণ হৈ আছে । পদ্মামণি চেৰিটেবুল ষ্টাচ নামৰ নিৰ্মাণ প্ৰতিষ্ঠানটোৱে নিৰ্মাণ কৰি থকা এই মন্দিৰৰ কাম ইতিমধ্যে প্ৰায় ৮০ শতাংশ কাম সম্পূৰ্ণ হৈ উঠিছে । এই বৌদ্ধ মন্দিৰৰ চৌহদত থাকিব স্কুল , চিকিৎসালয় , অত্যাধুনিক ৰূপত এখন গাৰ্ডেন । নিঃসন্দেহে মালিনী থানৰ পাছতে চিলাপথাৰত পৰ্যটকৰ আকৰ্ষণৰ অন্যতম এক কেন্দ্ৰবিন্দু হৈ পৰিৱ এই মন্দিৰ । অসমৰ পৰ্যটন ক্ষেত্ৰখনলৈ এই মন্দিৰে নিশ্চয় অৱদান আগবঢ়াৱ ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ಕರಿ ಹರಿಯುವ ಹೋರಿ ಓಡಿಸುವಾಗ ವ್ಯಕ್ತಿಯೊಬ್ಬನಿಗೆ ಇರಿದ ಹೋರಿ
ವಿಜಯಪುರ ಜಿಲ್ಲೆಯ ಬಬಲೇಶ್ವರ ತಾಲೂಕಿನ ಕಾಖಂಡಕಿ ಗ್ರಾಮದಲ್ಲಿ ಕರಿ ಹರಿಯುವ ಹೋರಿ ಓಡಿಸುವಾಗ ವ್ಯಕ್ಯಿಯೊಬ್ಬನಿಗೆ...
Rahul Gandhi Defamation Case: लोकसभा सदस्यता बहाली न होने पर Sanjay Raut बोले-'राहुल गांधी से डर..'!
Rahul Gandhi Defamation Case: लोकसभा सदस्यता बहाली न होने पर Sanjay Raut बोले-'राहुल गांधी से डर..'!
ধন ঐশ্বৰ্যৰ দেৱী লক্ষ্মী পূজাৰ দিনাই কাকপথাৰ ৰজাগড়ত বিধ্বংসী অগ্নিকাণ্ড ৷
ধন ঐশ্বৰ্যৰ দেৱী লক্ষ্মী পূজাৰ দিনাই কাকপথাৰ ৰজাগড়ত বিধ্বংসী অগ্নিকাণ্ড ৷
एक्सपर्ट से जानें अबॉर्शन का फर्टिलिटी पर असर और कितने दिनों बाद दोबारा कर सकते हैं फैमिली प्लॉनिंग
एबॉर्शन को लेकर महिलाओं में कई तरह की गलतफहमियां और जानकारी का अभाव है। जिसमें से एक है कि क्या...