চিলাপথাৰৰ ফুলবাৰী পথাৰত নিৰ্মাণ হৈ আছে এটি বৃহৎ বৌদ্ধ মন্দিৰঃ ধেমাজি জিলাৰ বাণিজ্যিক নগৰ হিচাপে খ্যাত চিলাপথাৰৰ মালিনীপুৰ পঞ্চায়তৰ অন্তৰ্গত ফুলবাৰী পথাৰত প্ৰায় ৪০০ বিঘা এলেকা সামৰি কেৱল এবিঘা মাটি জুৰি ১২০ ফুট উচ্চতাৰ তিনি মহলযুক্ত অসমৰ ভিতৰতে সৰ্ববৃহৎ এটি বৌদ্ধ মন্দিৰ নিৰ্মাণ হৈ আছে । পদ্মামণি চেৰিটেবুল ষ্টাচ নামৰ নিৰ্মাণ প্ৰতিষ্ঠানটোৱে নিৰ্মাণ কৰি থকা এই মন্দিৰৰ কাম ইতিমধ্যে প্ৰায় ৮০ শতাংশ কাম সম্পূৰ্ণ হৈ উঠিছে । এই বৌদ্ধ মন্দিৰৰ চৌহদত থাকিব স্কুল , চিকিৎসালয় , অত্যাধুনিক ৰূপত এখন গাৰ্ডেন । নিঃসন্দেহে মালিনী থানৰ পাছতে চিলাপথাৰত পৰ্যটকৰ আকৰ্ষণৰ অন্যতম এক কেন্দ্ৰবিন্দু হৈ পৰিৱ এই মন্দিৰ । অসমৰ পৰ্যটন ক্ষেত্ৰখনলৈ এই মন্দিৰে নিশ্চয় অৱদান আগবঢ়াৱ ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
દાંતીવાડાના નાની ભાખરના ખેડૂતે બેંક લોન લઇને નાણાં ન ભરતાં કોર્ટે એક વર્ષની સજાનો હુકમ ફટકાર્યો
દાંતીવાડા તાલુકાના નાની ભાખર ગામના ખેડૂતે દેના ગુજરાત ગ્રામિણ બેંક-ડીસામાંથી લોન લઇ રકમ ભરપાઇ ન...
જિલ્લા કલેટરના અધ્યક્ષસ્થાને મતદાર
સાક્ષરતા જાગૃતિ અંગે બેઠક યોજાઈ
આ બેઠકમાં શાળાઓમાં EVM-VVPAT અને ચૂંટણી કામગીરીને લગતા પ્રશ્નોત્તરી સ્પર્ધા યોજવી, ધોરણ-૮ થી ૧૨...
UP Board Result 2023: 12 वीं Topper Shubh के घर जश्न का माहौल | Khabron Ki Khabar
UP Board Result 2023: 12 वीं Topper Shubh के घर जश्न का माहौल | Khabron Ki Khabar
ছাত্ৰক নৃশংখ ভাবে হত্যা কৰা ঘটনাক কেন্দ্ৰ কৰি দুঃখিক উচিত শাস্তি প্ৰদান কৰাৰ দাবীত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ
ছাত্ৰক নৃশংখ ভাবে হত্যা কৰা ঘটনাক কেন্দ্ৰ কৰি দুঃখিক উচিত শাস্তি প্ৰদান কৰাৰ দাবীত ১৫ নং...