চাহ জনগোষ্ঠী লোক সকলৰ বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান ঝুমইৰ হৈছে অসমৰ চাহ জনজাতিসকলৰ নৃত্যবিশেষ। ভাদ মাহৰ শুক্লা একাদশী তিথিত উদ্যাপিত চাহ জনজাতিসকলৰ কৰমৰ অংগৰূপে ঝুমইৰ নৃত্য প্ৰদৰ্শন কৰা হয়। টিংখাং বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰাৰ উদ্যোগত টিংখাং সাংস্কৃতিক মঞ্চ, চাহ জনগোষ্ঠী মৰ্চা, ভাৰতীয় জনতা যুৱ মৰ্চা আৰু স্থানীয় ৰাইজৰ সহযোগত সমষ্টিৰ ৪ টা স্থানত ঝুমইৰ গীত-নৃত্য আৰু ঢোল বাদনৰ কৰ্মশালা কৰঙাণী চাহ বাগিচাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত কৰ্মশালাৰ শুভাৰম্ভণি কৰে মন্ত্ৰী বিমল বৰা। চাহজনগোষ্ঠীৰ সাতামপুৰুষীয়া কৃষ্টি-সংস্কৃতি ঝুমইৰ গীত-নৃত্য আৰু ঢোল বাদনৰ কৰ্মশালাত উপস্থিত থাকে জনপ্ৰিয় শিল্পী পদ্মশ্ৰী বঁটা প্ৰাপক দুলাল মানকি ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
15 से 19 जुलाई तक होगा इंद्र पूजन महायज्ञ का विशेष आयोजन
15 से 19 जुलाई तक होगा इंद्र पूजन महायज्ञ का विशेष आयोजन
बून्दी। रामेश्वर महादेव स्थित खाक चौक...
মৰাণত স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষপূতি উপলক্ষে কংগ্ৰেছৰ স্বাধীনতাৰ গৌৰবময় যাত্ৰাৰ অনুষ্ঠান
চৰাইদেউ জিলাৰ মৰাণহাটত অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ নিৰ্দেশ মৰ্মে চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ...