চাহ জনগোষ্ঠী লোক সকলৰ বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান ঝুমইৰ হৈছে অসমৰ চাহ জনজাতিসকলৰ নৃত্যবিশেষ। ভাদ মাহৰ শুক্লা একাদশী তিথিত উদ্যাপিত চাহ জনজাতিসকলৰ কৰমৰ অংগৰূপে ঝুমইৰ নৃত্য প্ৰদৰ্শন কৰা হয়। টিংখাং বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰাৰ উদ্যোগত টিংখাং সাংস্কৃতিক মঞ্চ, চাহ জনগোষ্ঠী মৰ্চা, ভাৰতীয় জনতা যুৱ মৰ্চা আৰু স্থানীয় ৰাইজৰ সহযোগত সমষ্টিৰ ৪ টা স্থানত ঝুমইৰ গীত-নৃত্য আৰু ঢোল বাদনৰ কৰ্মশালা কৰঙাণী চাহ বাগিচাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত কৰ্মশালাৰ শুভাৰম্ভণি কৰে মন্ত্ৰী বিমল বৰা। চাহজনগোষ্ঠীৰ সাতামপুৰুষীয়া কৃষ্টি-সংস্কৃতি ঝুমইৰ গীত-নৃত্য আৰু ঢোল বাদনৰ কৰ্মশালাত উপস্থিত থাকে জনপ্ৰিয় শিল্পী পদ্মশ্ৰী বঁটা প্ৰাপক দুলাল মানকি ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
काँग्रेसच्या नगरसेवकांनी खड्ड्यात झोपून केला निषेध.
काँग्रेसच्या नगरसेवकांनी खड्ड्यात झोपून केला निषेध रस्त्यावरील खड्ड्यात झोपून तीव्र आंदोलनपरभणी
ગેસના ઘરેલુ બાટલા માંથી કોમર્શિયલ ગેસના બાટલામાં રીફિલીંગ અંગેના કૌભાડના પર્દાફાશ કરતી crime branch
ગેસના ઘરેલુ બાટલા માંથી કોમર્શિયલ ગેસના બાટલામાં રીફિલીંગ અંગેના કૌભાડના પર્દાફાશ કરતી crime branch
नसरल्लाह के समर्थन में पोस्ट कर बुरी फंसी महबूबा मुफ्ती, Giriraj Singh ने साधा निशाना
केंद्रीय मंत्री और बीजेपी के वरिष्ठ नेता गिरिराज सिंह ने पीडीपी प्रमुख महबूबा मुफ्ती को पाकिस्तान...
ভাৰতৰ ৪টা দীঘলীয়া ৰে’লপথ
ভাৰতীয় ৰে’লৱেঃ ভাৰতৰ ৪টা দীঘলীয়া ৰে’লপথ, ভ্ৰমণ সম্পূৰ্ণ কৰিবলৈ দিন লাগে
...