চাহ জনগোষ্ঠী লোক সকলৰ বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান ঝুমইৰ হৈছে অসমৰ চাহ জনজাতিসকলৰ নৃত্যবিশেষ। ভাদ মাহৰ শুক্লা একাদশী তিথিত উদ্যাপিত চাহ জনজাতিসকলৰ কৰমৰ অংগৰূপে ঝুমইৰ নৃত্য প্ৰদৰ্শন কৰা হয়। টিংখাং বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰাৰ উদ্যোগত টিংখাং সাংস্কৃতিক মঞ্চ, চাহ জনগোষ্ঠী মৰ্চা, ভাৰতীয় জনতা যুৱ মৰ্চা আৰু স্থানীয় ৰাইজৰ সহযোগত সমষ্টিৰ ৪ টা স্থানত ঝুমইৰ গীত-নৃত্য আৰু ঢোল বাদনৰ কৰ্মশালা কৰঙাণী চাহ বাগিচাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত কৰ্মশালাৰ শুভাৰম্ভণি কৰে মন্ত্ৰী বিমল বৰা। চাহজনগোষ্ঠীৰ সাতামপুৰুষীয়া কৃষ্টি-সংস্কৃতি ঝুমইৰ গীত-নৃত্য আৰু ঢোল বাদনৰ কৰ্মশালাত উপস্থিত থাকে জনপ্ৰিয় শিল্পী পদ্মশ্ৰী বঁটা প্ৰাপক দুলাল মানকি ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અમદાવાદ સિવિલ અને U.N મહેતા હોસ્પિટલનુ "જોઇન્ટ ઓપરેશન" ૧૪ વર્ષના બાળકને કેન્સર મુક્ત કરી નવજીવન #aiv
અમદાવાદ સિવિલ અને U.N મહેતા હોસ્પિટલનુ "જોઇન્ટ ઓપરેશન" ૧૪ વર્ષના બાળકને કેન્સર મુક્ત કરી નવજીવન #aiv
NRI દાતાંશ્રી સહયોગથી દિગંબર જૈન સ્વાધ્યાય મંદિર દ્વારા 800 બાળકો માટે ભાવતા ભોજનનું આયોજન...
NRI દાતાંશ્રી સહયોગથી દિગંબર જૈન સ્વાધ્યાય મંદિર દ્વારા 800 બાળકો માટે ભાવતા ભોજનનું આયોજન...
Chrome यूजर्स के लिए खुशखबरी! Google ने वेब ब्राउजर के नए वर्जन का किया एलान; जानें कौन-से नए फीचर्स हुए पेश
New beta version of Chrome गूगल ने हाल ही में क्रोम 118 अपडेट का ग्लोबल रोलआउट पूरा किया है। इसी...